(ক) কৃষকৰ পৰা বিভিন্ন কৰ সংগ্ৰহ কিৰিছিল কিন্তু তেওঁলোকৰ উন্নতিৰ বাবে একো পদক্ষেপ গ্ৰহণ কৰা নাছিল।
(খ) দুৰ্ভিক্ষ, প্ৰাকৃতিক দুৰ্যোগ আৰু মহামাৰীৰ সময়তো কৃষকসকলক একো ৰেহাই দিয়া হোৱা নাছিল।