Add Book Write Article
Cancel

বৰপেটা অঞ্চলত প্ৰচলিত থলুৱা খেল সমূহ কি কি?

By uf9b861367c on 2 weeks ago
April 4, 2025, 9:18 a.m.

বৰপেটা অঞ্চলত প্ৰচলিত থলুৱা খেল সমূহ- হাউ খেল,টাংগুটি,ঘিলা খেলা,লুকা-ভাকু,কড়ি খেল,লালী,হাফলা,ৰছী টনা,কুকুৰা যুঁজ,টেকেলি ভঙা,হাতবল ৷