Kenekoi.com
New
Articles
Login
Add Book
Write Article
Cancel
ভাষা জ্ঞান
By uf9b861367c on 1 week ago
এডৱাৰ্ড ছাপিৰৰ ভাষা সম্পৰ্কীয় সংজ্ঞাটো কি?
"ভাষা স্বাভাৱিক বৃত্তি নহয়, ই এটা আয়ত্ত কৰা সাংস্কৃতিক কাৰ্যহে।" 一 কথাষাৰৰ বক্তা কোন?
ভাষা মানুহে জন্মতে শিকি আহেনে?
অসমীয়া ভাষাত বিশিষ্ট স্বৰধ্বনি কেইটা আৰু কি কি?
অসমীয়া ভাষাত বিশিষ্ট ব্য়ঞ্জনধ্বনি কেইটা আৰু কি কি?
ম, ন, ঙ 一 এই ধ্বনি তিনিটাৰ নাম কি?
চন্দ্ৰবিন্দু অসমীয়া ভাষাত বিশিষ্ট ধ্বনি হয়নে?
বিভাজ্য় ধ্বনি বুলিলে কি বুজা?
এটা অ-কাৰান্ত শব্দ লিখা।
'বাৰমাহত তেৰটা পূজা' 一 ইয়াত 'বাৰ' শব্দটো কি কাৰান্ত শব্দ?
উচ্চাৰণ বুলিলে কি বুজা?
পাৰ চৰাই 一 ইয়াত 'পাৰ' শব্দটো স্বৰান্ত নে ব্য়ঞ্জনান্ত?
আখৰ-জোঁটনি বুলিলে কি বুজা?
যতি শব্দৰ অৰ্থ কি?
প্ৰত্য়য় বুলিলে কি বুজা?
কৃৎ প্ৰত্য়য়ৰ এটা উদাহৰণ দিয়া।
বিভক্তি বুলিলে কি বুজা?
ভাষাজ্ঞান আয়ত্ত কৰাৰ এবিধ উপাদান উল্লেখ কৰা।
ইস্কুল, ইস্কেল 一 ইয়াৰ উচ্চাৰণ শুদ্ধনে?
যিকোনো দুটা যতিচিহ্নৰ নাম লিখা।
ভাষা শব্দটো ক'ৰ পৰা আহিছে আৰু ইয়াৰ অৰ্থ কি?
ব্য়ক্তিৰ মাজত ভাব বিনিময় কৰিবৰ বাবে কিহৰ প্ৰয়োজন হয়?
ষ্টুৰ্টভেণ্টৰ ভাষা সম্পৰ্কীয় সংজ্ঞাটো লিখা?
বাৰ্নাৰ্ড ব্লখ আৰু ট্ৰেগাৰৰ ভাষা সম্পৰ্কীয় সংজ্ঞাটো লিখা?
ভাষা-সম্প্ৰদায় কাক বোলে?
1
2
Next
Last »