Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

ভাষা জ্ঞান

ভাষা অধ্য়য়নক কেতিয়া বিজ্ঞানসন্মত ৰূপ প্ৰদান কৰা হয়?
হুইটনিৰ দ্বিতীয় গ্ৰন্থখনৰ নাম কি আৰু কিমান চনত প্ৰকাশ পাইছিল?
ভাষাক কেইটা ভাগত ভাগ কৰিব পাৰি আৰু কি কি?
ভাষা-শিক্ষাৰ কৌশল কেইটা লিখা।
ব্য়ক্তিয়ে মাতৃভাষাত সম্পূৰ্ণ দক্ষতা অৰ্জন কৰিবলৈ কি কি গুণৰ অধিকাৰী হ'ব লাগিব?
ধ্বন্য়াত্মক ধ্বনিবিজ্ঞান কাক বোলে?
"ফ'ন'গ্ৰাফ" কোনে আৰু কেতিয়া আৱিষ্কাৰ কৰিছিল?
আখৰ জোঁটনি কি?
বিশিষ্ট ধ্বনি কাক বোলে?
অসমীয়া মান্য় ভাষাৰ বিশিষ্ট স্বৰধ্বনি কেইটা আৰু কি কি?
অসমীয়া ভাষাৰ বিশিষ্ট ব্য়ঞ্জনধ্বনি কেইটা আৰু কি কি?
অবিভাজ্য় ধ্বনি কাক বোলে? উদাহৰণ দিয়া।
চাৰিবিধ যতিচিহ্নৰ নাম লিখা।
বন্ধনী চিন কেইটা আৰু কি কি?
যতি চিনবোৰৰ নাম লিখি পৰিচয় দিয়া।
কথন দক্ষতাৰ আন এটি উপাদান কি?