Kenekoi.com
New
Articles
Login
Add Book
Write Article
Cancel
মুমূৰ্ষ মানৱক জীৱনৰ বিদ্যুৎ কিঞ্চিতো যদি দিব পাৰোঁ' - ইয়াত 'বিদ্যুৎ' শব্দই কি বুজাইছে?
By u255f5c61b2 on 1 week ago
April 7, 2025, 5:27 p.m.
ইয়াত 'বিদ্যুৎ' শব্দই প্ৰাণশক্তিৰ কথা বুজাইছে।