Add Book Write Article
Cancel

'য়ুৰোপৰ বিশ্ববিদ্যালয় বোৰত মেধা-চৰ্চাৰ অনুপ্ৰেৰণা আহিছিল কিন্তু আৰৱ জগতৰ আৰ্হি আৰু প্ৰেৰণাৰ পৰা৷’ -কথাষাৰ বুজাই লিখা ৷

By uf9b861367c on 2 weeks ago
April 4, 2025, 9:10 a.m.

য়ুৰোপৰ বিশ্ববিদ্যালয় বোৰত মেধা-চৰ্চাৰ অনুপ্ৰেৰণা আহিছিল কিন্তু আৰৱ জগতৰ আৰ্হি আৰু প্ৰেৰণাৰ পৰা ৷ খ্ৰীষ্টিয়ানৰ পৱিত্ৰস্থান জেৰুজালেম উদ্ধাৰৰ বাবে এসময়ত কেথলিক ধৰ্মমণ্ডলীৰ প্ৰধান পোপৰ উদগণিত বহু দশক জুৰি যি ধৰ্মযুদ্ধ চলিছিল, তাৰ জৰিয়তে য়ুৰোপীয়সকলে আৰৱসকলৰ সান্নিধ্যত এক উন্নত সভ্যতাৰ সংস্পৰ্শলৈ আহিছিল ৷ যাৰ প্ৰভাৱ পৰিছিল য়ুৰোপীয় বিশ্ববিদ্যালয়সমূহত ৷ য়ুৰোপীয় মনীষাৰ ওপৰত প্ৰায় এক শতাব্দী কাল আৱে’ৰ্ৰছে একচ্ছত্ৰী প্ৰভাৱ বিস্তাৰ কৰিছিল ৷