Add Book Write Article
Cancel
প্ৰশ্নবোৰ
তলৰ প্ৰশ্নসমূহৰ উত্তৰ দি আন ছাত্ৰ-ছাত্ৰীসকলক সহায় কৰক 👇🏻
মাধৱদেৱৰ দ্বাৰা ৰচিত পুথিকেইখনৰ নাম লিখা।
  • 1 week ago
  • |
  • uf9b861367c
শ্ৰী শ্ৰী মাধৱদেৱে স্থাপন কৰা সত্ৰকেইখনৰ নাম কি ?
  • 1 week ago
  • |
  • uf9b861367c
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰধান শিষ্য কোন আছিল ?
  • 1 week ago
  • |
  • uf9b861367c
শ্ৰী শ্ৰী মাধৱদেৱৰ পিতৃ-মাতৃ নাম কি আছিল ?
  • 1 week ago
  • |
  • uf9b861367c
শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম ক'ত হৈছিল ?
  • 1 week ago
  • |
  • uf9b861367c
* চতুৰ্থ আৰু দ্বিতীয়ই মিলি কি বুজাই ?
  • 1 week ago
  • |
  • uf9b861367c
* দ্বিতীয় আৰু তৃতীয়ই মিলি কি বুজাই ?
  • 1 week ago
  • |
  • uf9b861367c
বৰগীতটোত চাৰিটা আখৰেৰে গঠিত এটা শব্দ আছে। সেই শব্দটোৰ প্ৰথম আখৰ দুটা মিলি 'বল' বুজাই আৰু শেষৰ আখৰ দুটা মিলি 'মানুহৰ নাম' বুজাই। শব্দটো বিচাৰি উলিয়াই লিখা। বলৰাম প্ৰথম দুটা মিলি বল হয়। সেই শব্দটোৰ- * প্ৰথম আৰু তৃতীয় মিলি কি বুজাই ?
  • 1 week ago
  • |
  • uf9b861367c
এটা শব্দত প্ৰকাশ কৰা।
  • 1 week ago
  • |
  • uf9b861367c
ঘ) ক্ষীৰ লৱনু লৈয়া শিঙা বেত বেণু ।
  • 1 week ago
  • |
  • uf9b861367c
গ) দাম- সুদাম ডাকে তেৰি লৈয়া নাম ।
  • 1 week ago
  • |
  • uf9b861367c
খ) শতপত্ৰ বিকশিত ভ্ৰমৰ উৰায় ।
  • 1 week ago
  • |
  • uf9b861367c
তলৰ ব্ৰজাৱলী ভাষাত লিখা বাক্য চাৰিশাৰী আধুনিক অসমীয়ালৈ ৰূপান্তৰ কৰা। ক) ৰয়নী বিদূৰ দিশ ধৱলী বৰণ।
  • 1 week ago
  • |
  • uf9b861367c
তলত দিয়া শব্দবোৰৰ আগত বি পূৰ্বসৰ্গ লগ লগাই সেইবোৰেৰে অৰ্থ প্ৰকাশক একোটা বাক্য় ৰচনা কৰা। মুখ, দূৰ, কিৰণ, নন্দ
  • 1 week ago
  • |
  • uf9b861367c
শব্দৰ আগত 'ত্ৰি' শব্দ লগাই নতুন শব্দ গঠন কৰা আৰু অৰ্থ জানি লোৱা ।
  • 1 week ago
  • |
  • uf9b861367c
তলৰ ছবিখন চোৱা আৰু তাত প্ৰকাশ পোৱা কথাখিনি কোৱা।
  • 1 week ago
  • |
  • uf9b861367c
বৰগীতটোত প্ৰকাশ পুৱাৰ প্ৰাকৃতিক দৃশ্যৰ এটি বৰ্ণনা দিয়া।
  • 1 week ago
  • |
  • uf9b861367c
শব্দ সম্ভাৰ আৰু অভিধান চাই অৰ্থ লিখা। কমলাপতি,  তিমিৰ ,  ডাকে,  ব্ৰজবধূ, শতপত্ৰ , ভ্ৰমৰ, ত্ৰিজগত
  • 1 week ago
  • |
  • uf9b861367c
তলত দিয়া পদ দুশাৰীত কোনে ,কাক , কি কৈছে? নিজৰ কথাৰে লিখা। নন্দগেল বাথানে গোৱাল গেল পাল । সুৰভী চাৰিতে লাগে উঠৰে গোপাল ।। ,
  • 1 week ago
  • |
  • uf9b861367c
যশোদাই কৃষ্ণক পুৱা কিয় জগাইছিল।
  • 1 week ago
  • |
  • uf9b861367c
তিমিৰ ফেৰিয়া কি বাজ হয়?
  • 1 week ago
  • |
  • uf9b861367c
তেজৰে কমালাপতি নামৰ বৰগীতটোৰ ৰচক কোন?
  • 1 week ago
  • |
  • uf9b861367c
বৰগীত ৰচনা কৰা মহাপুৰুষ দুজনাৰ নাম কি?
  • 1 week ago
  • |
  • uf9b861367c
'বিপৰীত লিংগকামিতা কৈশোৰ কালৰ আন এক প্রধান বৈশিষ্ট্য৷’ -চমুকৈ আলোচনা কৰা।
  • 1 week ago
  • |
  • uf9b861367c
'কিশোৰ কিশোৰীৰ মনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ’ল পৰিচিতিৰ সংঘাত।' – ব্যাখ্যা কৰা।
  • 1 week ago
  • |
  • uf9b861367c