Prose 7 (I) — A Baker from Goa
What are the elders in Goa nostalgic about?
(গোৱাৰ বয়োজ্যষ্ঠসকলে কি কথা ভাবি নষ্ট্ৰালজিক হৈ পৰিছে?)

In Goa, the elders are become nostalgic by re calling their good old Portuguese days and their love of bread and loaves. Thus the writer says that though the eaters of loaves have left but the makers still exist.
গোৱাত বয়োজ্যষ্ঠসকলে নিজৰ পূৰণি পতুগীজ দিনবোৰৰ লগতে ব্ৰেডৰ সৈতে জড়িত স্মৃতিবোৰ ৰোমন্থণ কৰি নষ্টালজিক হৈ পৰিছিল।সেয়েহে, লিখকে কৈছে যদিও ব্ৰেড বনোৱা মানুহবোৰৰ ইতিমধ্যে মৃত্যু হৈছে কিন্ত্ত ব্ৰেড খাই ভালপোৱা মানুহবোৰ বৰ্তমানেও আছে।

Is bread-making still popular in Goa? How do you Know?
ব্ৰেড বনোৱা প্ৰক্ৰিয়াটো গোৱাত জনপ্ৰিয় হয়নে? তুমি কেনেকৈ জানিলা

Bread is an essential. Part of Portuguese food culture in every occassion Portuguese people have bread in their menu at first. The age old furnaces, mixers, moulders and the brade bakers are still exist there.
ব্ৰেড হৈছে পতুৰ্গীজ খাদ্য সংস্কৃতিৰ অন্যতম খাদ্য।প্ৰত্যেক অনুষ্টানতে প্ৰতি ঘৰ মানুহৰ খাদ্য তালিকাত ব্ৰেড প্ৰথম স্থানতে থাকে।পুৰণি ব্ৰেড বনোৱা জুইশাল ব্ৰেড বনোৱা মিশ্ৰণ তথা বিভিন্ন ব্ৰেড বনোৱা সামগ্ৰীৰ লগতে ব্ৰেড বনোৱা মানুহবোৰ বৰ্তমানেও জীয়াই আছে।

What is the baker called?
বেকাৰ অৰ্থাৎ ব্ৰেড বনোৱা মানুহসকলক কি কয়?

The baker Called pader in Goa.
ব্ৰেড বনোৱা মানুহবোৰক গোৱাত পেদাৰ বুলি কয়।

When would the baker come everyday? Why did the children run to meet him?
প্ৰত্যেক দিনাই ব্ৰেড বনোৱা মানুহবোৰ কোন সময়ত আহে? শিশুবোৰে তেওঁলোকক লগ কৰিবলৈ কিয় দোৰি যায়?

Every day the baker would come twice a day once early in the morning and secondly when he returned after selling his stuff.
The children would run to meet him because they used to get the bread bangles from the baker.
প্ৰত্যেক দিনাই ব্ৰেড বিক্ৰী কৰা মানুহবোৰ পুৱা বজাৰলৈ য়োৱাৰ সময়ত আৰু গধূলি নিজৰ বস্ত্তবোৰ বিক্ৰী কৰি উভতি যোৱাৰ সময়ত মানুহৰ ঘৰলৈ আহিছিল।
সৰু ল’ৰা ছোৱালীবোৰে ব্ৰেড বিক্ৰী কৰা মানুহবোৰক লগ কৰিবলৈ দৌৰি গৈছিল কিয়নো তেওঁলোকে সিহঁতক ব্ৰেডৰ কাষৰ অংশবোৰ খাবলৈ গৈছিল।

Match the following. What is a must
1. as marriage gifts?
বিয়াৰ উপহাৰ
Cakes and bolinhas
কেক আৰু বলিনহাছ
2. for a party or a feast?
ভোজমেল বা আন্দোৎসৱ
Sweet bread called bol
বল নামৰ মিঠা ব্ৰেড
3. for a daughter’s engagement?
জীয়েকৰ আঙুঠি পিন্ধোৱা অনুষ্ঠানত
bread
ব্ৰেড
4. for Christmas?
খ্ৰীষ্টমাছ
Sandwiches
চেন্দৱিছেছ
1. as marriage gifts?
বিয়াৰ উপহাৰ
Cakes and bolinhas
কেক আৰু বলিনহাছ
2. for a party or a feast?
ভোজমেল বা আন্দোৎসৱ
Sweet bread called bol
বল নামৰ মিঠা ব্ৰেড
3. for a daughter’s engagement?
জীয়েকৰ আঙুঠি পিন্ধোৱা অনুষ্ঠানত
bread
ব্ৰেড
4. for Christmas?
খ্ৰীষ্টমাছ
Sandwiches
চেন্দৱিছেছ
1. as marriage gifts?
বিয়াৰ উপহাৰ
Sweet bread called bol
বল নামৰ মিঠা ব্ৰেড
2. for a party or feast
ভোজমেল অথবা আন্দোৎসৱ
Bread
ব্ৰেড
3. for a daughter’s engagement
জীয়েকৰ আঙুঠি পিন্ধোৱা
Sandwiches
চেন্দৱিছেছ
4. for Christmas
খ্ৰীষ্টমাছ
Cakes and bolinhas
কেক আৰু বলিনহাছ
বিয়াৰ উপহাৰ
Sweet bread called bol
বল নামৰ মিঠা ব্ৰেড
2. for a party or feast
ভোজমেল অথবা আন্দোৎসৱ
Bread
ব্ৰেড
3. for a daughter’s engagement
জীয়েকৰ আঙুঠি পিন্ধোৱা
Sandwiches
চেন্দৱিছেছ
4. for Christmas
খ্ৰীষ্টমাছ
Cakes and bolinhas
কেক আৰু বলিনহাছ
What did the bakers wear: (i) in the Portuguese days? (ii) When the author was young?
বেকাৰ বোৰে কি ধৰণৰ পোছাক পিন্ধিছিলঃ (i) পতুৰ্গীজ দিনবোৰত (ii) যেতিয়া লিখক সৰু আছিল?

(i) In the Portuguese days, the baker wear a peculiar dress called kabai.
(ii) When the author was young the baker used to wear a shirt and trousers which were shorter than full length ones and longer than half pants.
(i) পুৰণি পতুৰ্গীজ দিনৰ বেকাৰবোৰে কাবাই নামৰ বিশেষ সাজপাৰ পৰিধান কৰিছিলে।
(ii) লিখক সৰু থাকোতে বেকৰাবোৰে ছাৰ্ট আৰু পেন্ট পিন্ধিছিল যিবোৰ লং পেন্টতকৈ ছুটী আৰু হাফ্ পেন্টতকৈ দীঘল আছিল।

Who invites the comment- “he is dressed like a pader”? Why?
কি কথাত ‘সি পেডাৰৰ দৰে সাজ পৰিধান কৰিছে’ বুলি কোৱা হৈছিল? কিয়?

Any one who wears a pant which reaches just below the knees invites this comment: Because the bakers are called Pader who dressed like that.
যি মানুহে আঁঠুলৈকে পৰা হাফ পেন্ট পিন্ধিছিল তেওঁলোককে পেদাৰ বুলি কোৱা হৈছিল।কিয়নো বেকাৰবিলাকক পেদাৰ বুলি কোৱা হৈছিল যিয়ে তেনে কাপোৰ পৰিধান কৰিছিল।

Where were the monthly accounts of the baker recorded?
বেকাৰবোৰৰ মাহিলী পইচাৰ হিচাপ ক’ত ৰখা হৈছিল?

Monthly accounts of the baker were recorded on some wall in the house with a pencil.
বেকৰাবোৰৰ মাহিলী পইচাৰ হিচাপ ঘৰৰ দেৱালত লিখি ৰখা হৈছিল।

What does a ‘jackfruit-like appearance’ mean?
‘কঁঠালৰ দৰে দেথাত লাগে’ ইয়াৰ অৰ্থ কি?
‘কঁঠালৰ দৰে দেথাত লাগে’ ইয়াৰ অৰ্থ কি?
A ‘jackfruit-like appearance’ means having a plump physique.
কঠালৰ দৰে দেখাত মানে মেদবহুল শৰীৰৰ অধিকাৰী বুজাই।

Which of these statements are correct?
তলৰ কোনবোৰ তথ্য শুদ্ধ
The pader was an important person in the village in old times.
পুৰণি দিনত পেদাৰসকল গাঁৱৰ অন্যতম ব্যক্তি আছিল।

Correct(শুদ্দ)
Which of these statements are correct?
তলৰ কোনবোৰ তথ্য শুদ্ধ
Paders still exist in Goan villages.
পেদাৰবিলাক গোৱাৰ গাওঁবিলাকত বৰ্তমানেও আছে।

Correct (শুদ্ধ)
Which of these statements are correct?
তলৰ কোনবোৰ তথ্য শুদ্ধ
The paders went away with the Portuguese.
পেদাৰবোৰ পতুৰ্গীজসকলৰ লগত গুচি গৈছিল।

Incorrect(অশুদ্ধ)
Which of these statements are correct?
তলৰ কোনবোৰ তথ্য শুদ্ধ
The paders continue to wear a single - piece long frock.
পেদাৰবোৰে সকলো সময়তে দীঘল ফ্ৰক পিন্ধি থাকে।

Incorrect (অশুদ্ধ)
Which of these statements are correct?
তলৰ কোনবোৰ তথ্য শুদ্ধ
Bread and cakes were an integral part of Goan life in the old days.
ব্ৰেড আৰু কেক পুৰণি দিনৰে পৰা গোৱাৰ পৰিয়াল বিলাকৰ অভিন্ন খাদ্য।

Traditional bread - baking is still a very profitable business.
পৰম্পৰাগত ব্ৰেড বনোৱাতো বৰ্তমানেও লাভজনক ব্যৱসায়।

Paders and their families starve in the present times.
পেদাৰ আৰু তেওঁলোকৰ পৰিয়ালৰ অভাৱত আৰু অনাহাৰে থাকে।
তলৰ কোনবোৰ তথ্য শুদ্ধ
Paders and their families starve in the present times.
পেদাৰ আৰু তেওঁলোকৰ পৰিয়ালৰ অভাৱত আৰু অনাহাৰে থাকে।
Incorrect (অশুদ্ধ)
Is bread an important part of Goan life? How do you know this?
ব্ৰেড গোৱাৰ পৰিয়ালবিলাকৰ অন্যতম খাদ্য হয়নে? তুমি কেনেকৈ জানিলা?

Yes, bread is an important part of Goan life. In every occassion is an essential of food culture. In daughter’s wedding, mother need to prepare sandwiches as a custom. People uses to gift brade, cake, bolinhas as a token of love. Thus the age old furnaces are still exist in the villages.
হয় ব্ৰেড গোৱাৰ জীৱনত অপৰিহাৰ্য্য খাদ্য।প্ৰত্যেকঘৰ মানুহৰ বিভিন্ন অনুষ্ঠানত ব্ৰেড ব্যৱহাৰ কৰা হয় অন্যতম খাদ্য সামগ্ৰী হিচাপে।নিজ নিজ কন্যাৰ আঙুঠি পিন্ধোৱাৰ পৰ্বত মাকবোৰে চেন্দৱিছ বনোৱাটো তেওঁলোকৰ সংস্কৃতিৰ অংগ।মৰম তথা উপহাৰৰ চিন স্বৰূপে মানুহে ব্ৰেড, কেক, বলিনহাচ আদি ভেদ কৰে।যাৰ ফলস্বৰূপে অতীজৰ ব্ৰেড বনোৱা জুইশালবোৰ বৰ্তমানেও গাৱঁবিলাকত আছে।

Tick the right answer. What is the tone of the author when he says the following?
শুদ্ধ উত্তৰত দিয়া চিন দিয়া।তলত দিয়া বাক্যবোৰৰ অন্তৰালত লিখকৰ কেনে মনোভাৱ প্ৰকাশ পাইছে লিখা।
The thud and the jingle of the traditional baker’s sambo can still be heard in some places. (nostalgic, hopeful, sad)
পৰম্পৰাগতভাৱে বেকাৰসকলে গান গাই ব্ৰেড বিক্ৰী কৰিবলৈ অহা এতিয়াও কিছু ঠাইত শুনা পাোৱা যায়।

Nostalgic(নষ্টালজিক)
Tick the right answer. What is the tone of the author when he says the following?
শুদ্ধ উত্তৰত দিয়া চিন দিয়া।তলত দিয়া বাক্যবোৰৰ অন্তৰালত লিখকৰ কেনে মনোভাৱ প্ৰকাশ পাইছে লিখা।
Maybe the father is not alive but the son still carries on the family profession. (nostalgic, hopeful, sad)
(দেউতাক ঢুকাল যদিও তেওঁলোকৰ সন্তানবোৰে পৰম্পৰাগত ব্যৱসায়টো ধৰি ৰাখিছে।)

hopeful (আশাবাদী)
Tick the right answer. What is the tone of the author when he says the following?
শুদ্ধ উত্তৰত দিয়া চিন দিয়া।তলত দিয়া বাক্যবোৰৰ অন্তৰালত লিখকৰ কেনে মনোভাৱ প্ৰকাশ পাইছে লিখা।
I Still recall the typical fragrance of those loaves. (nostalgic, hopeful, naughty)
(লোভচবিলাকৰ বিশেষ লোভনীয় গোন্ধটো মোৰ এতিয়াও মনত পৰে)

Nostalgic নষ্টালজিক
Tick the right answer. What is the tone of the author when he says the following?
শুদ্ধ উত্তৰত দিয়া চিন দিয়া।তলত দিয়া বাক্যবোৰৰ অন্তৰালত লিখকৰ কেনে মনোভাৱ প্ৰকাশ পাইছে লিখা।
The tiger never brushed his teeth. Hot tea could wash and clean up everything so nicely, after all. (naughty, angry, funny)
(বাঘে কেতিয়াও নিজে দাঁত চাফা নকৰে। গৰম চাহ খালে সকলোবোৰ নিজে চাফা হৈ পৰে)

Funny (খুহুতীয়া)
Tick the right answer. What is the tone of the author when he says the following?
শুদ্ধ উত্তৰত দিয়া চিন দিয়া।তলত দিয়া বাক্যবোৰৰ অন্তৰালত লিখকৰ কেনে মনোভাৱ প্ৰকাশ পাইছে লিখা।
Cakes and bolinhas are a must for Christmas as well as other festivals. (sad, hopeful, matter-of-fact)
(কেক আৰু বলিনহাছ খ্ৰীষ্টমাছ তথা অন্যান্য উৎসৱৰ অভিন্ন অংগ)

matter-of-fact) (বাস্তৱিক)