Kenekoi

বৰগীত

তোমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত বৰগীতটোত কবিয়ে `বান্ধৱ' বুলি কাক সম্বোধন কৰিছে?
মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি?
বৰগীতৰ তিনিটা লক্ষণ উল্লেখ কৰা।
চমুটোকা লিখা :- ব্ৰজাৱলী ভাষা
“....... নেৰিবা বান্ধৱ মোক জীৱনে মৰণে" - কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে?
মাধৱদেৱৰ ৰচনাসমূহ কেইটা ভাগত ভগাব পাৰি? ভাগকেইটাৰ নাম লিখা।
ইয়াত কবিয়ে কি প্ৰসংগত, কাৰ বিষয়ে আৰু কিয় এনেদৰে কৈছে?
মোহ- পাশ মানে কি?
মাধৱদেৱৰ জন্মস্থান কি?
মাধৱদেৱে ৰচনা কৰা বৰগীতৰ সংখ্যা কিমান?
`ছোড়' শব্দৰ অৰ্থ কি?
মাধৱদেৱৰ বিৰচিত কাব্য খনৰ নাম কি?
মাধৱদেৱ কোনজন গুৰুৰ প্ৰিয় শিষ্য আছিল?
`নামঘোষা' ক আৰু কি নামেৰে জনা যায়?
`অৰ্জুন ভঞ্জন' নাটকখন কোনে ৰচনা কৰিছিল?
কবি কিহত আতুৰ হোৱা বুলি কৈছে?
বৰগীতটিত কবিয়ে কাৰ চৰণত শৰণ লব বিচাৰিছে?
“সনক সনন্দ যোগী যাহাকু ধিয়ায়।" - সনক সনন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে?
শব্দাৰ্থ লিখা।
মাধৱদেৱৰ পিতৃ মাতৃৰ নাম কি আছিল?
মাধৱদেৱে ক'ত ক'ত ধৰ্ম প্ৰচাৰ কৰিছিল?
মাধৱদেৱে ৰচনা কৰা দুখন নাটকৰ নাম লিখা।
মাধৱদেৱে ৰচনা কৰা তত্ত্বমূলক ৰচনাসমূহ কি কি?
বৰগীতৰ দুটা প্ৰধান বৈশিষ্ট্য উল্লেখ কৰা।
“আতুৰ ভৈলোহো হৰি বিষয় বিকলে।" - ইয়াত বিষয় বিকলে মানে কি বুজাইছে?