New
Log In
New article
Ask collection
দৃশ্যান্তৰ
কবিয়ে কিমান বছৰৰ আগতে মানুহজনক লগ পাইছিল?
মানুহজনে কিয় নিজৰ ঘৰ বিচাৰি পোৱা নাছিল?
মানুহজনে নিজৰ ঘৰৰ পদূলি ক'ত বিচাৰিছিল?
মানুহজনৰ ঘৰৰ দাঁতিত কিহে নমস্কাৰৰ ভংগীত আছিল?
কবিয়ে কেনে সময়ত মানুহজনক লগ পাইছিল?
সাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা মানুহজনে কবিৰ স'তে কি কি কথা পাতিছিল তোমাৰ নিজৰ কথাৰে লিখা।
"দৃশ্যান্তৰ" কবিতাটোৰ মূলভাৱ লিখা।
“বৰ শান্তিত আঁছো এই পঁজাটিত। " 一 কোনে, কিয় এইদৰে কৈছিল? কথাষাৰৰ অন্তৰ্নিহিত ভাৱ মোকলাই লিখা।
"হেৰা অচিনাকি মানুহজন, তোমাক কি লাগেহে ইয়াত?" 一 কোনে কিয় কবিক এনেদৰে সুধিছে বুজাই লিখা।
"দৃশ্যান্তৰ" কবিতাটোত কবিয়ে কিদৰে পৰিৱৰ্তিত সামাজিক জীৱনৰ ছবি আঁকিছে তোমাৰ ভাষাৰে বুজাই লিখা।
"দৃশ্যান্তৰ" কবিতাটোৰ কবি গৰাকীৰ এটা চমু পৰিচয় দিয়া।
ব্যাখ্যা কৰাঃ- "মৰিলে দাহ কৰিবলৈও এজন মানুহ নাই।"
ব্যাখ্যা কৰাঃ-"যখৰ পোৱালিহঁতে কাক কোনে চায়"।
ব্যাখ্যা কৰাঃ- "এই কংক্ৰীটৰ হাবিখনত তেওঁক বিচাৰি নাপালো আৰু।"
বিপৰীত শব্দ লিখাঃ কেঁচা, গধূলি, পোহৰ, শান্তি, ৰূপ।
এটাকৈ সমাৰ্থক শব্দ লিখাঃ জোন, ঘৰ, চৰা, দাহ, উভতি।
নঞাৰ্থক শব্দ গঠন কৰাঃ শান্তি, চিনাকি, সহায়।
"নমস্কাৰ" শব্দটো সন্ধি ভাঙিলে এনে হ'ব 一 নমঃ + কাৰ। 一 এনেদৰে আন চাৰিটা শব্দ লিখি সন্ধি ভাঙা।
হৰেকৃষ্ণ ডেকাই কিমান চনত জন্ম গ্ৰহণ কৰিছিল?
হৰেকৃষ্ণ ডেকাৰ একমাত্ৰ উপন্যাসখনৰ নাম কি?
হৰেকৃষ্ণ ডেকা কোনখন কাকতৰ সম্পাদক আছিল?
হৰেকৃষ্ণ ডেকাই কিমান চনত সাহিত্য অকাডেমী বঁটা লাভ কৰে?
হৰেকৃষ্ণ ডেকাই কিমান চনত "অসম উপত্যকা সাহিত্য বঁটা" লাভ কৰিছিল?
কবিয়ে পঁচিশ বছৰ পিছত লগ পোৱা মানুহজনৰ দেহৰ অৱস্থা কেনে আছিল?
কবিতাটোৰ মতে সাতমহলীয়া ঘৰটোৰ ওচৰে-পাঁজৰে কি আছিল?
1
2
Next
Last »