Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম

মহাত্মা গান্ধীৰ কেতিয়া জন্ম হৈছিল?
সত্যাগ্ৰহৰ কৌশল গান্ধীয়ে কোন দেশত পোনপ্ৰথমতে প্ৰয়োগ কৰিছিল?
ৰবীন্দ্ৰনাথ ঠাকুৰে কিয় 'নাইট' উপাধি ত্যাগ কৰিছিল?
কাৰ কাৰ নেতৃত্বত ভাৰতত খিলাফৎ আন্দোলনৰ সূচনা হৈছিল?
চৌৰীচৌৰাৰ ঘটনা কেতিয়া সংঘটিত হৈছিল?
কেনে পৰিস্থিতিত লালা লাজপত ৰায়ৰ মৃত্যু হৈছিল?
কেতিয়া আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশনত ভাৰতীয়সকলৰ মূল দাবী হিচাপে পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল?
গান্ধীজীয়ে সবৰমতী আশ্ৰমৰ পৰা ডাণ্ডিৰ সাগৰ পাৰলৈ লোন আইন ভংগ কৰিবলৈ গৈছিল। সবৰমতী আশ্ৰম আৰু ডাণ্ডিৰ মাজত দূৰত্ব কিমান?
সীমান্ত গান্ধী নামেৰে কাক জনা যায়?
লণ্ডনত অনুষ্ঠিত হোৱা দ্বিতীয় ঘূৰণীয়া মেজমেলত কোনে কংগ্রেছক এককভাৱে প্ৰতিনিধিত্ব কৰিছিল?
১৯৩২ চনত সাম্প্ৰদায়িক বাঁটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজনৰ নাম কি আছিল?
কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে “কৰিম কিম্বা মৰিম” শ্লোগান দিছিল?
আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাতা কোন?
"মোক তেজ দিয়া, মই তোমালোকক স্বাধীনতা দিম" এই বিখ্যাত বাণীটো কোন ভাৰতীয় নেতাৰ আছিল?
ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখাক কি নামেৰে জনা যায়?
সত্যাগ্ৰহ বুলিলে কি বুজা? যি তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীয়ে সত্যাগ্ৰহক প্ৰথমতে প্ৰয়োগ কৰিছিল সেই তিনিটাৰ বিষয়ে সংক্ষিপ্ত ৰূপত লিখা।
ভাৰতত খিলাফৎ আন্দোলন কিয় আৰম্ভ হৈছিল?
১৯২০-২২ চনত গান্ধীজীয়ে কিয় অসহযোগ আন্দোলন আৰম্ভ কৰিছিল? ইয়াৰ কাৰ্যসূচী কি আছিল? গান্ধীজীয়ে কিয় এই আন্দোলন বন্ধ কৰিছিল?
আইন অমান্য অন্দোলনৰ মূল লক্ষ্য কি আছিল? এই আন্দোলনৰ মূল বৈশিষ্ট্য কি আছিল?
কি পৰিস্থিতিত ভাৰত ত্যাগ আন্দোলনৰ সূচনা হৈছিল? ভাৰতৰ স্বাধীনতা সংগ্রামত এই আন্দোলনৰ কাৰ্যসূচীক তুমি মাইলৰ খুঁটি হিচাপে সাব্যস্ত কৰিব খোজানে? তোমাৰ মতামতৰ সমর্থনত যুক্তি দিয়া।
ভাৰতীয় জাতীয় সেনা বাহিনীৰ বিষয়ে এটি চমু টোকা লিখা।
মহাত্মা গান্ধীৰ উত্থান কেতিয়াৰ পৰা আৰম্ভ হয়?
মিত্রশক্তিয়ে ভাৰতীয় জাতীয়তাবাদীসকলক কি প্ৰতিশ্রুতি দিছিল?
১৯১৮ চনত কি ঘটিছিল?
বংগ বিভাজন কেনেকৈ ভাৰতীয় জাতীয়তাবাদক ক্ষতি কৰিছিল?