Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম

লর্ড মিন্টোৰ ঘোষণাৰ দ্বাৰা কি উদ্দেশ্যে ৰাজনৈতিক সুবিধা প্ৰদান কৰা হৈছিল?
গান্ধীজীয়ে কোন বিষয়ত সত্যাগ্রহ আন্দোলন আৰম্ভ কৰিছিল?
'সত্যাগ্রহ' শব্দটোৰ অৰ্থ কি?
দক্ষিণ আফ্রিকাত গান্ধীজীৰ কাৰ্যকলাপৰ ফল কি হৈছিল?
গান্ধীজীয়ে কোন কাৰ্যসূচীত 'সত্যাগ্ৰহ' ব্যৱহাৰ কৰিছিল?
১৯১৪-১৮ চনৰ যুদ্ধৰ পাছত ভাৰতীয় জাতীয়তাবাদীসকলে কি আশা কৰিছিল?
গান্ধী-আৰউইন চুক্তি' কি আছিল ?
"গান্ধী-আৰউইন চুক্তি"ৰ মুখ্য উদ্দেশ্য কি আছিল ?
ভাৰতৰ স্বাধীনতা সংগ্রামত মহাত্মা গান্ধীৰ ভূমিকা আলোচনা কৰা।
স্বাধীনতা সংগ্রামৰ সময়ছোৱাত মহাত্মা গান্ধীৰ নেতৃত্বত। পৰিচালিত অসহযোগ আন্দোলনৰ বিষয়ে এটি বর্ণনা দিয়া।
ভাৰতৰ স্বাধীনতা সংগ্রামত আজাদ হিন্দ ফৌজৰ অবদান। আলোচনা কৰা ।
কি ৰাজনৈতিক পৰিস্থিতিত গান্ধী আৰউইন চুক্তি স্বাক্ষৰ কৰা হৈছিল চমুকৈ ব্যাখ্যা কৰা।
অসমত অসহযোগ আন্দোলন কেনেকৈ আৰম্ভ হৈছিল আলোচনা কৰা।
ভাৰতবৰ্ষত স্বাধীনতা আন্দোলনত মহাত্মা গান্ধীৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা।