Add Book Write Article
Cancel

অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ

By u255f5c61b2 on 1 week ago
ফুলগুৰি ধাৱাৰ ওপৰত এটি টোকা লিখা।
১৮৯৪ চনত উত্তৰ কামৰূপত সংঘটিত হোৱা কৃষক বিদ্ৰোহ সম্পৰ্কে আলোচনা কৰা।
১৮৯৪ চনত পথৰুঘাটত সংঘটিত হোৱা কৃষক বিদ্ৰোহৰ এটি খাতিয়ান দাঙি ধৰা।
১৮৫০ চনত ব্ৰিটিছৰ বিৰুদ্ধে জয়ন্তীয়াসকলে কৰা বিদ্ৰোহৰ বিষয়ে এটি টোকা লিখা।
১৮৯১ চনত মণিপুৰত টিকেন্দ্ৰজিতৰ নেতৃত্বত ব্ৰিটিছৰ বিৰুদ্ধে হোৱা বিদ্ৰোহৰ বিষয়ে লিখা।
চমুটোকা লিখাঃ ১। অসমত ইংৰাজে প্ৰৱৰ্তন কৰা ৰাজহ ব্যৱস্থা।
চমুটোকা লিখাঃ ২। মণিৰাম দেৱান।
চমুটোকা লিখাঃ ৩। ফুলগুৰি ধাৱা।
চমুটোকা লিখাঃ ৪। লচিমাৰ কৃষক বিদ্ৰোহ।
চমুটোকা লিখাঃ ৫। পথৰুঘাটৰ ৰণ।
চমুটোকা লিখাঃ ৬) অসমত কৃষক বিদ্ৰোহৰ গুৰুত্ব।
চমুটোকা লিখাঃ ৭। টিকেন্দ্ৰজিৎ।
অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ গুৰুত্ব সম্পর্কে চমুকৈ ।
বৃটিছৰ শাসনকালত অসমত কৃষক আৰু কুটিৰশিল্পৰ লগত জড়িত লোকসকলৰ দুৰৱস্থাৰ কাৰণ সমূহ লিখা
ব্ৰিটিছৰ শাসনকালত অসমৰ জিলা প্ৰশাসনত সংস্কাৰ সাধনৰ বাবে ৰবাৰ্টচন আৰু ফ্রে জেনকিন্স কেনে ব্যৱস্থা লৈছিল চমুকৈ লিখা।
অসমত ১৮৫৭-৫৮ চনৰ বিদ্ৰোহ ব্যর্থ হোৱাৰ কাৰণবোৰ আলোচনা কৰা।
অসমত ১৮৫৭-৫৮ চনত কিয় বিদ্রোহ সংঘটিত হৈছিল?
বিদ্ৰোহৰ দুটা প্ৰধান কাৰণ উল্লেখ কৰা।
১৮৫৭ চনৰ বিদ্ৰোহত মণিৰাম দেৱানৰ ভূমিকা সম্পর্কেচমুকৈ লিখা।
ৰঙিয়াৰ কৃষক বিদ্রোহৰ এটি চমু বিৱৰণ লিখা।
মণিৰাম দেৱানৰ লগত আৰু কাক ফাঁচী দিয়া হৈছিল ?
ভাৰতৰ ১৮৫৭-৫৮ চনৰ বিদ্ৰোহৰ কাৰণসমূহ আৰু অসমত ইয়াৰ প্ৰভাৱ চমুকৈ আলোচনা কৰা।
অসমীয়া কৃষকৰ পৰা ভূমি-খাজনা বৃদ্ধি নির্ধাৰণৰ বিৰুদ্ধে কোনে মফট মিলছক আর্জি লিখিছিল?
অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ গুৰুত্ব সম্পর্কে চমুকৈ আলোচনা কৰা।
কোন চনত অসমত দাস প্রথা নিষিদ্ধ কৰা হৈছিল?