Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

ভাৰত আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য

সিন্ধু সভ্যতাৰ পূব সীমা গাংগেয় উপত্যকাৰ কোন ঠাইলৈ বিস্তৃত আছিল?
সিন্ধু সভ্যতাত নাগৰিক সংস্কৃতিৰ বিকাশ কেতিয়া হৈছিল?
ঋকবেদৰ আনুমানিক ৰচনা কাল কি?
ভাৰতৰ ৰাষ্ট্ৰীয় প্রতীকত থকা ‘সত্যমেৱ জয়তে’ এই বাক্যশাৰী মূলতঃ কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে?
প্রাচীন ভাৰতত ৰচিত ৰাজনীতি বিজ্ঞান বিষয়ক বিখ্যাত গ্ৰন্থখনৰ নাম কি?
‘বিবিধতাৰ মাজত একতা’ (Unity in Diversity) এই বাক্যাংশ কোনখন গ্রন্থৰ জৰিয়তে স্থায়িত্ব লাভ কৰিলে?
ভাৰতৰ ভাস্কর্য শিল্পকলাৰ কোনটো শৈলীত গ্ৰীক-ৰোমান কলা-কৌশলৰ প্রয়োগ কৰা হৈছিল?
ভৰত মুনিৰ নাট্যশাস্ত্র কেতিয়া ৰচিত হৈছিল?
ভৰতৰ নাট্যশাস্ত্রত কিমানটা শ্লোক আছে?
হেৰাকা আন্দোলন কি?
নগালেণ্ডৰ "হৰ্ণবিল" উৎসৱ কি জীৱৰ নামত উৎসৰ্গিত?
"চপচৰ কূট" কোন ৰাজ্যৰ পৰম্পৰাগত উৎসৱ?
"মিজো" শব্দৰ অৰ্থ কি?
উত্তৰ-পূর্বাঞ্চলৰ কোন ৰাজ্যত মাতৃতান্ত্ৰিক সমাজ ব্যৱস্থা প্ৰচলিত?
মণিপুৰী নৃত্য কি মূল বিষয়-বস্তুক আলম কৰি গঢ়ি উঠিছে?
অসমৰ প্ৰাচীন নাম কি আছিল?
কি বড়োমূলীয় শব্দৰপৰা অসম নামটোৰ উৎপত্তি হোৱা বুলি অনুমান কৰা হয়?
চৰ্যাপদ মানে কি?
চৰ্যাপদ কেতিয়া ৰচিত হৈছিল?
মাধৱ কন্দলিয়ে কাৰ পৃষ্ঠপোষকতা লাভ কৰি সপ্তকাণ্ড ৰামায়ণ অনুবাদ কৰিছিল?
অসমৰ গদ্য সাহিত্যৰ সূচনা কোনে কৰিছিল?
জিকিৰ আৰু জাৰি কোনে ৰচনা কৰিছিল?
আজানপীৰ কোন?
আজানপীৰ কেতিয়া অসমলৈ আহিছিল?
দ-পর্বতীয়াৰ শিলৰ তোৰণখন কেতিয়া নির্মিত হৈছিল?