Kenekoi.com
New
Articles
Login
Add Book
Write Article
Cancel
ভাৰত আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য
By u255f5c61b2 on 1 week ago
চাংৰুং ফুকন কি দায়িত্বত ন্যস্ত আছিল?
লোক সংগীতত আগবঢ়োৱা অৱদানৰ বাবে অসমৰ কোন শিল্পীক পদ্মশ্ৰী সন্মান প্রদান কৰা হৈছিল?
অসমৰ প্রথম বার্তালোচনীখনৰ নাম কি?
উত্তৰ-পূর্বাঞ্চলৰ অষ্ট্ৰিক নৃ-গোষ্ঠীৰ অন্তৰ্ভুক্ত জনজাতিটো কি?
ৰচয়িতাসকলৰ নাম লিখা। 一 অর্থশাস্ত্র, হস্তিবিদ্যার্ণৱ, কীৰ্ত্তন, নামঘোষা, চোৰধৰা পিম্পৰা গুচোৱা, কালিয় দমন, ৰামবিজয়, কথাগীতা, ৰাজতৰঙ্গিনী, ভাৰত সম্ভেদ
খ্ৰীষ্টিয় যষ্ঠ শতিকাৰ পিছত ভাৰতলৈ অহা দুটা বিদেশী জাতিৰ নাম লিখা?
সিন্ধু উপত্যকাত আৱিষ্কৃত হোৱা ধৰ্মীয় উদ্দেশ্যত ব্যৱহৃত হোৱা দুটা মূৰ্ত্তিৰ নাম লিখা?
অষ্ট্ৰিকসকলে ভাৰতীয় সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদান উল্লেখ কৰা।
ভাৰতীয় সংস্কৃতিত বর্ণাঢ্যতা সৃষ্টিৰ ক্ষেত্রত ভৌগোলিক পৰিস্থিতিয়ে কি দৰে ভূমিকা গ্ৰহণ কৰিছে?
বেদৰ চাৰিখন সংহিতাৰ নাম লিখা।
অশোকৰ দ্বাদশ মুখ্য শিলা-লিপিত ধর্মীয় উদাৰতাৰ বিষয়ে কি কথা লিখা আছে?
সাংস্কৃতিক বহুত্ববাদ মানে কি?
ভাৰতৰ প্ৰাচীন যুগৰ দুগৰাকী বিজ্ঞানীৰ নাম লিখা।
প্ৰাচীন ভাৰতৰ দুখন চিকিৎসা-শাস্ত্ৰৰ নাম লিখা।
ভাৰতীয় চিত্ৰকলাক কি কি ভাগত ভগাব পাৰি?
চিত্ৰকলাৰ প্ৰতি পৃষ্ঠপোষকতা আগবঢ়োৱা দুগৰাকী মোগল বাদছাহৰ নাম লিখা।
ক্ষুদ্ৰাকাৰ চিত্ৰযুক্ত অসমৰ দুখন সাঁচিপতীয়া পুথিৰ নাম লিখা।
হস্তিবিদ্যাৰ্ণৱ গ্ৰন্থখনৰ চিত্ৰকৰ দুগৰাকীৰ নাম লিখা।
ঝুম খেতি মানে কি বুজা?
জেং বিহু মানে কি?
ওজাপালিৰ দুটা ভাগৰ নাম লিখা।
প্ৰাচীন ভাৰতবৰ্ষৰ দুগৰাকী দাৰ্শনিকৰ নাম লিখা।
আহোম ৰাজত্ব কালত ৰচিত দুখন বুৰঞ্জীৰ নাম লিখা।
বিহুৰ সহধৰ্মী হিচাপে নামনি অসমত উদযাপিত হোৱা দুটা স্থানীয় উৎসৱ উল্লেখ কৰা।
দৰঙৰ দুবিধ লোক নৃত্যৰ নাম উল্লেখ কৰা।
« First
Previous
1
2
3
4
Next
Last »