Add Book Write Article
Cancel

মানৱ বন্দনা

By u255f5c61b2 on 2 weeks ago
'মানুহেই পৰাৎপৰ' বোলা কথাষাৰৰ অৰ্থ কি?
মানুহক 'ময়াপী জীৱ' বোলাৰ অৰ্থ কি?
পাদ্য অৰ্ঘ্য লৈ মানুহক পূজা কৰাৰ অৰ্থ কি?
মানৱ বন্দনা কবিতাটিৰ সাৰাংশ তোমাৰ নিজৰ কথাৰে বিৱৰি লিখা।
'এই যে পৃথিৱী স্বৰ্গতো অধিক মানুহৰ নিজাপী ঘৰ।' - কথাষাৰৰ অৰ্থ বুজাই লিখা।
তাৎপৰ্য ব্যাখ্যা কৰাঃ

(ক) মানৱী জনম দিয়া উটুৱাই

মানৱী কৰম সোঁতে,

মানুহৰ মৰম বুজিবা মানুহে

ধৰম যে মৰমতে।

তাৎপৰ্য ব্যাখ্যা কৰাঃ

(খ) মানুহেই দেৱ মানুহেই সেৱ

মানুহ বিনে নাই কেৱ,

কৰা কৰা পূজা পাদ্য অৰ্ঘ্য লই

জয় জয় জয় মানৱ দেৱ।

সমাৰ্থক শব্দ লিখাঃ মানুহ, সংগ, পৃথিৱী, সোঁত, স্বৰ্গ, দেৱ
সংস্কৃত কৰ্ম, ধৰ্ম আদি শব্দৰ পৰা কৰম, ধৰম আদি শব্দৰ উৎপত্তি হৈছে। এনে কিছুমান শব্দ বাছি উলিয়াই এখন তালিকা প্ৰস্তুত কৰা।