Practice

পুনৰালোচনা ১ — ভাষা, সাহিত্য আৰু ছাত্ৰ জাগৰণ

Complete the sentence

১৮৩৬-ত অসমৰ বিদ্যালয় আৰু কাৰ্যালয়ত ভাষা প্ৰৱৰ্তন কৰা হৈছিল।

Complete the sentence

ভাষা উন্নতি সাধিনী সভাৰ উদ্যোগে প্ৰকাশত সহায় কৰা হেমচন্দ্ৰ বৰুৱাৰ অভিধানখন হ’ল ।

১৯১৬-ৰ অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশনৰ সভাপতি কোন?

Complete the sentence

কোম্পানিৰ আমোলৰ সময়সীমা আছিল ১৮২৬ চনৰ পৰা চনলৈ।

Complete the sentence

লক্ষ্মীনাথ বেজবৰুৱা আৰু চন্দ্ৰকুমাৰ আগৰৱালাৰ সৈতে জোনাকীৰ ত্ৰিমূৰ্তিৰ আনজন হ’ল ।

ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল?

Complete the sentence

অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰ আছিল ।

Complete the sentence

১৮৭২-ত কলিকতাত গঠিত সংগঠনটো আছিল অসমীয়া ।

অসমীয়া ভাষা উন্নতি সাধিনী সভা কেতিয়া আৰু ক’ত গঠিত হৈছিল?

জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল?

অসমীয়া ভাষা স্কুল আৰু অফিচ-কাছাৰীত পুনৰ প্ৰচলিত হয় কেতিয়া?

অসমত জাতীয় চেতনা গঢ়াত কোন শ্ৰেণীৰ বিশেষ ভূমিকা আছিল?