Practice

পুনৰালোচনা ৩ — ভাৰত ত্যাগৰ পৰা স্বাধীনতালৈ

কেবিনেট মিছনৰ সদস্য কোন আছিল?

ভাৰত ত্যাগ প্ৰস্তাৱ কেতিয়া গ্ৰহণ কৰা হয়?

Complete the sentence

ভাৰতে স্বাধীনতা লাভ কৰে তাৰিখে।

Complete the sentence

ভাৰত ত্যাগ আন্দোলনত গান্ধীৰ বাণী আছিল ।

স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন?

Complete the sentence

‘মোক তেজ দিয়া, মই তোমালোকক স্বাধীনতা দিম’ — এই আহ্বান ৰ।

Complete the sentence

৩ জুন ১৯৪৭-ৰ বিভাজন আঁচনি ঘোষণা কৰে ।

ব্যক্তিগত সত্যাগ্ৰহৰ প্ৰথম গ্ৰেপ্তাৰ হোৱা সত্যাগ্ৰহী কোন?

আজাদ হিন্দ ফৌজ পুনৰ গঠনত মুখ্য নেতৃত্ব কোনে দিছিল?

Complete the sentence

আজাদ হিন্দ ফৌজৰ মহিলা বাহিনীৰ নাম আছিল ।

Complete the sentence

ক্ৰিপছ মিছন ভাৰতলৈ আহে চনত।

২১ অক্টোবৰ ১৯৪৩-ত আজাদ হিন্দ চৰকাৰ ক’ত গঠন হয়?