Practice

পুনৰালোচনা ৫ — অসমৰ সাহিত্য আৰু ধৰ্মীয় ঐতিহ্য

Complete the sentence

অসমীয়া গদ্য সাহিত্যৰ সূচনাৰ মুখ্য ব্যক্তি বৈকুণ্ঠনাথ ।

Complete the sentence

জিকিৰ আৰু জাৰিৰ ৰচয়িতা চাহ মিলানৰ জনপ্ৰিয় নাম ।

পদ গীতাৰ ৰচয়িতা কোন?

অসমৰ প্ৰাচীন নাম দুটা কি আছিল?

Complete the sentence

বৌদ্ধ সহজযান পন্থীৰ প্ৰাৰম্ভিক গীতসমূহক বুলি কোৱা হয়।

Complete the sentence

কীৰ্তনৰ ৰচয়িতা ।

অসমৰ প্ৰথম বাৰ্তালোচনী কোনখন?

নামঘোষাৰ ৰচয়িতা কোন?

Complete the sentence

অসমৰ টাইফাকে, টাইখামতি, খাময়াং আদি গোষ্ঠীৰ ধৰ্মীয় পৰম্পৰা মূলত ।

হাজোৰ ইছলাম ধৰ্মীয় তীৰ্থস্থান কোনটো?

মাধৱ কন্দলীয়ে কাৰ পৃষ্ঠপোষকতাত ৰামায়ণ অনুবাদ কৰিছিল?

Complete the sentence

আহোম যুগৰ ৰাজকীয় ঘটনাৰ নথিভিত্তিক সাহিত্যৰ ধাৰা ।