Practice

পুনৰালোচনা ১ — সংবিধান প্ৰণয়ন আৰু মুখ্য তাৰিখ

সংবিধান সভাৰ প্ৰথম বৈঠকত কোনে সভাপতিত্ব কৰিছিল?

Complete the sentence

সংবিধান সভাৰ প্ৰথম বৈঠক অনুষ্ঠিত হয় তাৰিখে।

১৯৪৫-ৰ ইংলেণ্ডৰ সাধাৰণ নিৰ্বাচনত কোন দল জয়ী হৈছিল?

স্বাধীনতাৰ পৰা নতুন সংবিধান কাৰ্যকৰী হোৱালৈ কোন আইনৰ ভিত্তিত শাসন চলিছিল বুলি পাঠত উল্লেখ?

Complete the sentence

ভাৰতে স্বাধীনতা লাভ কৰে তাৰিখে।

Complete the sentence

খচৰা সমিতিৰ অধ্যক্ষ আছিল ড° ।

কেবিনেট মিছন কিমানজন ব্ৰিটিছ কেবিনেট মন্ত্ৰীৰে গঠিত আছিল?

Complete the sentence

সংবিধান সভাৰ স্থায়ী সভাপতি আছিল ড° ।

সংবিধানৰ খচৰা সমিতি কেতিয়া গঠন কৰা হৈছিল?

Complete the sentence

ভাৰতীয় সংবিধান কাৰ্যকৰী হয় তাৰিখে।

Complete the sentence

কেবিনেট মিছন ভাৰতলৈ আহে ১৯৪৬ চনৰ মাহত।

সংবিধান সভাই সংবিধান গ্ৰহণ কৰে কেতিয়া?