Posted by u_bull • 1 day ago

অগতানুগতিক শিক্ষাৰ যিকোনো দুটা বৈশিষ্ট্য লিখা ।

অগতানুগতি শিক্ষাৰ যিকোনো দুটা বৈশিষ্ট্য হ'ল-
(১) অগতানুগতিক শিক্ষা ব্যক্তি আৰু সমাজৰ চাহিদা ভিত্তিত শিক্ষা ব্যৱস্থা।
(২) শিক্ষাত তাত্বিক বিষয়সমূহতকৈ ব্যৱহাৰিক আৰু কাৰ্যকৰী বিষয়ৰ ওপৰত এই শিক্ষাত অধিক প্ৰাধান্য দিয়া হয়।
(৩) এই শিক্ষাব্যৱস্থা এক মিতব্যয়ী শিক্ষা ব্যৱস্থা।
Accepted answer by u_bull