Posted by u_bull • 1 day ago

অগতানুগতিক শিক্ষাৰ সংজ্ঞা দিয়া ।

বিশিষ্ট শিক্ষাবিদ জে.পি.নায়কে অগতানুগতিক শিক্ষাৰ সংজ্ঞা দাঙি ধৰি কৈছিল যে আনুষ্ঠানিক শিক্ষাৰ বাহিৰত সুপৰিকল্পিতভাৱে যি শিক্ষা ব্যৱস্থা প্ৰচলন কৰা হয় তাকে অগতানুগতিক শিক্ষা বুলি কোৱা হয়।
Accepted answer by u_bull