Posted by u_bull • 1 day ago

অগতানুগতিক শিক্ষা কাক বোলে ?

শিক্ষা হৈছে মানুহৰ ক্ৰমাগত বিকাশৰ এক জীৱনযোৰা প্ৰক্ৰিয়া। এক অনুকূল পৰিৱেশত কোনো নিৰ্দষ্ট লক্ষ্য আগত ৰাখি নিৰ্ধাৰিত নিয়ম প্ৰণালী, নিৰ্দিষ্ট শিক্ষা পদ্ধতি, নিৰ্ধাৰিত সময়সূচী, পৰীক্ষা ব্যৱস্থা, অনুশাসন আদিৰ পৰা শিক্ষাৰ্থীক যি শিক্ষা প্ৰদান কৰা হয় তাকে অগতানুগতিক শিক্ষা বোলা হয় ।
স্কুলৰ বাহিৰৰ ল'ৰা-ছোৱালীক আনুষ্ঠানিক শিক্ষা প্ৰদানৰ যি ব্যৱস্থা কৰা হয় তাকে অগতানুগতিক শিক্ষা বুলি কোৱা হয়।
Accepted answer by u_bull