Posted by u_bull • 1 day ago

অপাৰেচন ব্লেকবোর্ড মানে কি ?

ৰাষ্ট্ৰীয় শিক্ষানীতিক বাস্তৱ ৰূপ দিয়াৰ বাবে এখন 'টাস্ক ফ'ৰ্চ' গঠন কৰা হয়। এই টাস্ক ফ'ৰ্চে কৃষ্ণফলি আঁচনি (অপাৰেশ্যন ব্লেক ব'ৰ্ড) খন গ্ৰহণ কৰে। সমগ্ৰ দেশেৰে বিদ্যালয়বোৰ এই আঁচনিৰ মাধ্যমেৰে উন্নত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হয় আৰু শিক্ষকৰ সংখ্যা বৃদ্ধি কৰি প্ৰত্যেকটো শ্ৰেণীৰ বাবে একোজন শিক্ষকৰ ব্যৱস্থা কৰা হয়।
Accepted answer by u_bull