Kenekoi.com
New
Articles
Login
Add Book
Write Article
Cancel
অসমৰ জনজাতিয় সংস্কৃতি
By uf9b861367c on 1 month ago
প্রাচীন অসম বুলিলে কোন ঠাইক বুজা যায়?
অসমৰ জনজাতিসকল মূলতঃ কি প্ৰজাতিৰ লোক?
অসমত থকা কেইটামান ইণ্ডো-মংগোলীয় জনজাতিৰ নাম উল্লেখ কৰক?
'আৰলেং' মানে কি?
বৰোসকল কি গোষ্ঠীৰ লোক?
বৰোসকলৰ ভাষাক কোনটো ভাষা পৰিয়ালৰ শাখা হিচাপে চিহ্নিত কৰা হৈছে?
সাধাৰণতে 'জনজাতি' শব্দই কি অর্থ নিৰূপণ কৰে?
জনজাতি মন্ত্রণালয়, ভাৰত চৰকাৰ'ৰ মতে বৰ্তমান অসমৰ কিমানটা জনগোষ্ঠী অনুসূচীত জনজাতি হিচাপে তালিকাভুক্ত হৈছে?
অসমীয়া সংস্কৃতিলৈ জনজাতীয় সংস্কৃতিৰ বৰঙণি কি কি ভাগত ভাগ কৰি আলোচনা কৰিব পাৰি?
নামঘৰৰ গণতান্ত্রিক আদর্শ, স্থাপত্য আর্হি আৰু ধর্মীয় অনুষংগৰ লগত জনজাতীয় কি কি দিশৰ সাদৃশ্য আছে?
অসমীয়া সংস্কৃতিৰ এৰাব নোৱাৰা অংগ এড়ি আৰু পাট-মুগাৰ ব্যৱহাৰ কোন সংস্কৃতিৰ পৰা অহা?
'মাহাৰী' মানে কি বুজা?
সোণোৱাল কছাৰীসকলৰ মাজত প্ৰচলিত জনপ্রিয় গীতবিধৰ নাম কি?
চমাংকান গীত অসমৰ কোনটো জনগোষ্ঠীয়ে শ্রাদ্ধত পৰিৱেশন কৰে?
জনজাতীয় সংস্কৃতি মানে কি?
অসমৰ পৰ্বত-ভৈয়ামৰ বিভিন্ন অঞ্চলত বাস কৰি থকা মংগোলীয় জনগোষ্ঠীৰ প্রধান জনজাতিসকল কোন কোন?
অসমৰ কেইটামান পাহাৰীয়া জনজাতিৰ নাম উল্লেখ কৰা।
অসমৰ কেইটামান ভৈয়ামৰ জনজাতিৰ নাম উল্লেখ কৰা।
বড়োসকল কোন?
বড়ো-কছাৰীসকলৰ ধৰ্ম কি?