Add Book Write Article
Cancel

অসমৰ লোকসংস্কৃতি

By uf9b861367c on 1 month ago
ইংৰাজী 'Folklore' শব্দটোৰ অসমীয়া আভিধানিক অর্থ কি?
লোকসংস্কৃতি শব্দটোৰ অৰ্থ কি?
বিহুগীত কি?
বিহুগীতত ব্যৱহাৰ কৰা বাদ্যযন্ত্ৰবোৰৰ নাম লিখা।
বিহুগীতবোৰ কি ছন্দত লিখিত?
অসমৰ ৰাভাসকলে ব'হাগ মাহত পালন কৰা বিহুক কি বুলি কোৱা হয়?
মিচিংসকলে বিহুক কি বুলি কয়?
মিচিংসকলে হুঁচৰিক কি বুলি কয়?
কার্বিসকলে বিহুক কি বুলি কয়?
দেউৰীসকলৰ মতে বিহু কেইপ্ৰকাৰৰ?
বড়োসকলে বিহুক কি বুলি কয়?
ডিমাচাসকলে বিহুক কি বুলি কয়?
অসমীয়া 'মালিতা' শব্দটোৰ ইংৰাজী সমার্থক শব্দটো কি?
'হাইদাং গীত' কোনটো অসমীয়া জনগোষ্ঠীৰ পুৰাণগত মালিতাৰ উদাহৰণ?
বদন বৰফুকনৰ গীত', 'মণিৰাম দেৱানৰ গীত', 'পথৰুঘাটৰ ৰণ', 'ফুলগুৰিৰ থেঁৱা' আদি কোনবিধ মালিতাৰ উদাহৰণ?
'মধুমতীৰ গীত', 'জয়ধন-বনিয়াৰ গীত', 'শান্তি বাৰমাহী', 'ৰাম বাৰমাৰী', 'কন্যা বাৰমাহী' আদি কোনবিধ মালিতাৰ উদাহৰণ?
বেউলা-লখাই গীত, কেন্দু কলাই গীত আদি কোনবিধ মালিতাৰ অন্তৰ্ভুক্ত?
'বৈঠা মাৰোঁ, বৈঠা মাৰোঁ/অ' বাইচাৰ ভাইয়া ৰে'নাওখেলৰ এই গীতটো কোনবিধ লোকগীতৰ অন্তৰ্গত?
উৎসব-পার্বণসমূহ প্রকৃততে কি?
চমাংকান গীত অসমৰ কোনটো জনগোষ্ঠীয়ে শ্রাদ্ধত পৰিৱেশন কৰে?