Posted by u_bull • 1 day ago
কোঠাৰী আয়োগৰ মতে মাধ্যমিক শিক্ষাৰ লক্ষ্যবোৰ উল্লেখ কৰা ।
কোঠাৰী আয়োগৰ মতে মাধ্য়মিক শিক্ষাৰ লক্ষ্য়বোৰ তলত উল্লেখ কৰা হ'ল -
❋ গণতান্ত্ৰিক নাগৰিকত্বৰ বিকাশ সাধন ।
❋ বৃত্তীয় যোগ্য়তাৰ বিকাশ সাধন ।
❋ ব্য়ক্তিত্বৰ বিকাশ ।
❋ নেতৃত্বৰ শিক্ষা ।
Accepted answer by u_bull