Posted by u_bull • 1 day ago

কোঠাৰী আয়োগে আগবঢ়োৱা প্রাথমিক শিক্ষাৰ গাঁথনি উল্লেখ কৰা ।

১। প্রাক প্রাথমিক : (১-ৰ পৰা ৩ বছৰলৈ)
২। প্রাথমিক : (প্রথম শ্ৰেণীৰ পৰা সপ্তমলৈ অথবা প্ৰথমৰ পৰা অষ্টমলৈ)
(ক) নিম্ন প্রাথমিক শ্ৰেণী: (৪ বা ৫ বছৰলৈ) প্ৰথম শ্ৰেণীৰ পৰা চতুর্থ শ্ৰেণীলৈ অথবা প্ৰথমৰপৰা পঞ্চম শ্ৰেণীলৈ। (খ) উচ্চ প্রাথমিক শ্রেণী: (৩ অথবা ২ বছৰলৈ) পঞ্চমৰ পৰা সপ্তমলৈ অথবা ষষ্ঠৰ পৰা অষ্টমলৈ।
Accepted answer by u_bull