Posted by u_abhijit • 1 day ago
(খ) পদুম, কচু বা অন্যান্য গছৰ পাতত তিৰবিৰাই থকা নিয়ৰৰ টোপাল দেখি মনত জাগি উঠা অনুভৱ
উত্তৰঃ- পদুম, কচু বা অন্যান্য গছৰ পাতত তিৰবিৰাই থকা নিয়ৰৰ টোপালবোৰ দেখিবলৈ মুকুতাৰ মণি যেন দেখে। এই দৃশ্য় দেখিবলৈ বৰ মনোমোহা হয়।
Accepted answer by u_abhijit