Posted by u_abhijit • 1 day ago

জানাে আহাঃ
মুকুতা মণিটি পাহিত জিলিকে
ফটিক পানীত ধােৱা,
নিশাৰ তৰা এটি সৰিয়েহে আছে
সৰগত টোপনি যােৱা।

ওপৰৰ পদ্যফাকিত থকা মুকুতা, মণি, ফটিক, পানী, নিশা, সৰগ আদি শব্দকেইটি মূলত সংস্কৃত ভাষাৰ পৰা অহা। তাৰে ভিতৰত মণি আৰু নিশা শব্দ দুটিৰ ৰূপ অলপাে সালসলনি নােহােৱাকে সংস্কৃতৰ দৰে হুবহু একে আছে; কিন্তু মুকুতা, ফটিক, তৰা, সৰগ আদি শব্দ সংস্কৃতৰ মূল ৰূপ মুক্তা, স্ফটিক, তাৰা, স্বর্গ আদি শব্দবােৰ অলপ সলনি হৈ অসমীয়া ভাষাত ব্যৱহাৰ হৈছে। এনেধৰণৰ অনেক সংস্কৃত শব্দ অসমীয়া ভাষাত আছে। সংস্কৃতমূলীয়া শব্দবােৰক প্ৰধানকৈ তিনিটা ভাগত ভগোৱা হয়। সেই ভাগ তিনিটা হ'ল一
Accepted answer by u_abhijit