Posted by u_bull • 1 day ago
নৱোদয় বিদ্যালয় স্থাপনৰ উদ্দেশ্য কি ?
নৱােদয় বিদ্যালয় স্থাপনৰ উদ্দেশ্য হ'ল-
১। এই বিদ্যালয়ৰ উদ্দেশ্য হ'ল বৌদ্বিকভাৱে উন্নত কিন্তু আৰ্থিকভাৱে দুৰ্বল ছাত্র ছাত্রীসকলক উন্নতমানৰ শিক্ষা প্ৰদান কৰা।
২। এই বিদ্যালয়ৰ আদৰ্শ হ'ল চৰম উতকৰ্ষ সাধন, গুণমান বিশিষ্টতা আৰু সামাজিক ন্যায় সংস্থাপন কৰা।
Accepted answer by u_bull