Posted by u_bull • 1 day ago
প্রচলিত মাধ্যমিক শিক্ষাৰ আসোঁৱাহবোৰ কি কি আছিল ?
প্ৰচলিত মাধ্যমিক শিক্ষাৰ আসোঁৱাহবোৰ হ'ল-
(১) জীৱন বিচ্ছিন্নতাঃ প্ৰচলিত শিক্ষা ব্যৱস্থাৰ পাঠ্যক্ৰমিক বিষয়বোৰ সামাজিক জীৱনৰ লগত সমন্ধ নথকা বিধৰ । মাধ্যমিক স্তৰত শিকোৱা পাঠ্যক্ৰমসমূহে ছাত্ৰ-ছাত্ৰীসকলক গভীৰ জীৱনবোধ অথবা দৈনন্দিন জীৱনৰ প্ৰয়োজনীয় জ্ঞান দিব পৰা নাছিল।
Accepted answer by u_bull