Posted by u_abhijit • 1 day ago

১০ । 'নিয়ৰ' কবিতাটিত থকা তৎসম আৰু তদ্ভৱ শব্দবােৰ বাছি উলিয়াই লিখা ।
তুমি জনা তৎসম আৰু তদ্ভৱ শব্দবােৰৰ এখন তালিকা প্রস্তুত কৰা।

উত্তৰঃ-
তৎসম - - - - - - - - - - তদ্ভৱ
মুক্তা - - - - - - - - - - - - মুকুতা
স্ফটিক - - - - - - - - --- ফটিক
তাৰা - - - - - - - - - - - -- তৰা
স্বৰ্গ ------------------- সৰগ
মণি - - - - - - - - - - - -- মনি
Accepted answer by u_abhijit