Posted by u_bull • 1 day ago

১০ + ২ + ৩ -ৰ বিষয়ে চমুকৈ লিখা ।

জাতীয় শিক্ষাৰ বিকাশ সাধন কৰাৰ উদ্দেশ্যেৰকে ১৯৬৪-৬৬ চনত কোঠাৰী আয়োগ গঠন কৰা হয়। তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ শেষলৈকে সমগ্ৰ দেশতে শতকৰা ২৫ শতাংশ মাধ্যমিক স্কুলকহে উচ্চতৰ মাধ্যমিক স্তৰলৈ ৰূপান্তৰ কৰা হয়। সেইবাবে এই গাঁথনি পৰিহাৰ কৰা হয় আৰু ১০+২+৩ৰ নতুন গাঁথনিটোৰ পৰামৰ্শ দিয়ে। এই সূত্ৰ অনুযায়ী স্কুলীয়া শিক্ষা হ'ব ১০ বছৰীয়া, প্ৰাক স্নাতক বা উচ্চতৰ মাধ্যমিক শিক্ষা দুবছৰীয়া আৰু তিনিবছৰীয়া স্নাতক পৰ্যায়ৰ শিক্ষা।
Accepted answer by u_bull