১৩। 'নিয়ৰ’ কবিতাটিত পােৱা তৰা, আকাশ, পানী, কথা, হিয়া, সপােন, চকু আদি শব্দ যুক্ত হৈ গঠিত খণ্ডবাক্যবােৰেৰে বাক্য ৰচনা কৰা।
তৰা-নৰা ছিঙি - (বৰকৈ বেগাই, ইমান বেগাই যে উজুটিত বন আদি ছিঙি যায়)
আকাশত চাং পতা - (অস্বাভাৱিক কল্পনা কৰা)
পানী তলৰ কাঁইট - (নেদেখা বিপদ, অজ্ঞাত শত্রু)
কথা চহকী - (বেছিকৈ কথা কোৱা লােক)
হিয়াৰ আমঠু - (অতি আদৰৰ)
অলীক সপােন - (অমূলক কল্পনা)
চকু চৰহা - (লােকৰ ভাল দেখিব নােৱৰা)