Posted by u_abhijit • 1 day ago

১৫। দলত বহি নিজৰ নিজৰ অভিজ্ঞতাৰ কথা কোৱা আৰু লগৰীয়াৰ অভিজ্ঞতাৰ কথা শুনা।
(ক) পুৱা খালী ভৰিৰে নিয়ৰসিক্ত দূবৰি গচকি পােৱা অনুভূতি

উত্তৰঃ- পুৱা খালী ভৰিৰে নিয়ৰসিক্ত দূবৰি গচকিলে দেহ আৰু মন সুস্থ হৈ থাকে। নিয়ৰসিক্ত দূবৰি গচকিলে চকুৰ ৰশ্মি ভালে থাকে।
Accepted answer by u_abhijit