Add Book Write Article
Cancel
প্ৰশ্নবোৰ
তলৰ প্ৰশ্নসমূহৰ উত্তৰ দি আন ছাত্ৰ-ছাত্ৰীসকলক সহায় কৰক 👇🏻
১৯৪২ "ভাৰত ত্যাগ আন্দোলনত" অসমৰ মানুহে কেনেদৰে যোগদান কৰিছিল চমুকৈ আলোচনা কৰা।
  • 1 week ago
  • |
  • u255f5c61b2
'জোনাকী' কাকতৰ প্ৰথম সম্পাদক কোন আছিল?
  • 1 week ago
  • |
  • u255f5c61b2
মহাত্মা গান্ধীয়ে সূচনা কৰা আইন অমান্য আন্দোলনত অসমৰ মানুহে কেনেদৰে যোগদান কৰিছিল লিখা।
  • 1 week ago
  • |
  • u255f5c61b2
যোৰহাট সার্বজনিক সভাৰ বিষয়ে এটি খতিয়ান দাঙি ধৰা।।
  • 1 week ago
  • |
  • u255f5c61b2
অসমত 'ভাৰত ত্যাগ আন্দোলন'ৰ কাৰ্যাৱলী আৰু প্ৰভাৱ সম্পর্কে এটি খতিয়ান দাঙি ধৰা।
  • 1 week ago
  • |
  • u255f5c61b2
বৰদলৈ মন্ত্ৰীসভাৰ নেতৃত্বত অসমত স্থাপিত হোৱা। শিক্ষানুষ্ঠান সমূহৰ বিষয়ে এটি সংক্ষিপ্ত বিৱৰণ দিয়া।
  • 1 week ago
  • |
  • u255f5c61b2
ভাৰত ত্যাগ আন্দোলন 'ত অসমৰ মানুহৰ ভূমিকা সম্বন্ধে সংক্ষেপে আলোচনা কৰা।
  • 1 week ago
  • |
  • u255f5c61b2
অসমত অসহযোগ আন্দোলনে কেনেকৈ প্ৰসাৰ লাভ কৰিছিল?
  • 1 week ago
  • |
  • u255f5c61b2
স্বাধীনতা আন্দোলনৰ সময়ত অসমত কেনেকৈ অসমীয়া। জাতীয়তাবাদী চেতনাৰ উত্থান হৈছিল?
  • 1 week ago
  • |
  • u255f5c61b2
অসমত অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ অৱদান সম্পর্কে আলোচনা কৰা।
  • 1 week ago
  • |
  • u255f5c61b2
যোৰহাট সার্বজনিক সভাৰ উদ্দেশ্য আৰু কাৰ্য্যাবলী সম্পর্কে লিখা।
  • 1 week ago
  • |
  • u255f5c61b2
বৰদলৈ মন্ত্ৰীসভাৰ নেতৃত্বত অসমত স্থাপিত হোৱা শিক্ষানুষ্ঠানসমূহৰ বিষয়ে এটি সংক্ষিপ্ত বিৱৰণ দিয়া।
  • 1 week ago
  • |
  • u255f5c61b2
অসমত ভাৰত ত্যাগ আন্দোলনৰ এটি খতিয়ান দাঙি ধৰা।
  • 1 week ago
  • |
  • u255f5c61b2
আইন অমান্য আন্দোলনত অসমৰ ভূমিকা সম্পৰ্কে এটি খতিয়ান দাঙি ধৰা।
  • 1 week ago
  • |
  • u255f5c61b2
অসহযোগ আন্দোলনত অসমৰ ভূমিকা সম্পৰ্কে এটি খতিয়ান দাঙি ধৰা।
  • 1 week ago
  • |
  • u255f5c61b2
স্বদেশী আন্দোলনত অসমৰ ভূমিকাৰ বিষয়ে সংক্ষিপ্ত বিৱৰণ দিয়া।
  • 1 week ago
  • |
  • u255f5c61b2
অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ জন্ম আৰু মুখ্য ভূমিকা সম্পৰ্কে সংক্ষিপ্ত বিৱৰণ দিয়া।
  • 1 week ago
  • |
  • u255f5c61b2
আছাম এছ’চিয়েচনৰ ব্ৰিটিছ শাসনাধীন অসমত সমাজ সংস্কাৰৰ বাবে আগবঢ়োৱা অৱদান সম্পৰ্কে লিখা।
  • 1 week ago
  • |
  • u255f5c61b2
যোৰহাট সাৰ্বজনিক সভাৰ উদ্দেশ্য আৰু কাৰ্যাৱলী সম্পৰ্কে লিখা।
  • 1 week ago
  • |
  • u255f5c61b2
ৰায়ত সভাসমূহৰ উদ্দেশ্য আৰু ভূমিকা সম্পৰ্কে এটি খতিয়ান দাঙি ধৰা।
  • 1 week ago
  • |
  • u255f5c61b2
অসম ছাত্ৰ সন্মিলনৰ অৱদানৰ বিষয়ে লিখা।
  • 1 week ago
  • |
  • u255f5c61b2
অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ ভূমিকা আৰু কাৰ্যাৱলীৰ বিষয়ে আলোচনা কৰা।
  • 1 week ago
  • |
  • u255f5c61b2
অসম চিকিৎসা মহাবিদ্যালয় প্ৰতিষ্ঠাৰ চমু ইতিহাস লিখা।
  • 1 week ago
  • |
  • u255f5c61b2
অসম কৃষি বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ চমু ইতিহাস লিখা।
  • 1 week ago
  • |
  • u255f5c61b2
গোপীনাথ বৰদলৈ মন্ত্ৰীসভাই স্বাধীনতাৰ পিছত মুখামুখি হোৱা সমস্যা সম্পৰ্কে চমুকৈ লিখা।
  • 1 week ago
  • |
  • u255f5c61b2