Add Book Write Article
Cancel
প্ৰশ্নবোৰ
তলৰ প্ৰশ্নসমূহৰ উত্তৰ দি আন ছাত্ৰ-ছাত্ৰীসকলক সহায় কৰক 👇🏻
জেং বিহু মানে কি?
  • 2 days ago
  • |
  • u255f5c61b2
ঝুম খেতি মানে কি বুজা?
  • 2 days ago
  • |
  • u255f5c61b2
হস্তিবিদ্যাৰ্ণৱ গ্ৰন্থখনৰ চিত্ৰকৰ দুগৰাকীৰ নাম লিখা।
  • 2 days ago
  • |
  • u255f5c61b2
ক্ষুদ্ৰাকাৰ চিত্ৰযুক্ত অসমৰ দুখন সাঁচিপতীয়া পুথিৰ নাম লিখা।
  • 2 days ago
  • |
  • u255f5c61b2
চিত্ৰকলাৰ প্ৰতি পৃষ্ঠপোষকতা আগবঢ়োৱা দুগৰাকী মোগল বাদছাহৰ নাম লিখা।
  • 2 days ago
  • |
  • u255f5c61b2
ভাৰতীয় চিত্ৰকলাক কি কি ভাগত ভগাব পাৰি?
  • 2 days ago
  • |
  • u255f5c61b2
প্ৰাচীন ভাৰতৰ দুখন চিকিৎসা-শাস্ত্ৰৰ নাম লিখা।
  • 2 days ago
  • |
  • u255f5c61b2
ভাৰতৰ প্ৰাচীন যুগৰ দুগৰাকী বিজ্ঞানীৰ নাম লিখা।
  • 2 days ago
  • |
  • u255f5c61b2
সাংস্কৃতিক বহুত্ববাদ মানে কি?
  • 2 days ago
  • |
  • u255f5c61b2
অশোকৰ দ্বাদশ মুখ্য শিলা-লিপিত ধর্মীয় উদাৰতাৰ বিষয়ে কি কথা লিখা আছে?
  • 2 days ago
  • |
  • u255f5c61b2
বেদৰ চাৰিখন সংহিতাৰ নাম লিখা।
  • 2 days ago
  • |
  • u255f5c61b2
ভাৰতীয় সংস্কৃতিত বর্ণাঢ্যতা সৃষ্টিৰ ক্ষেত্রত ভৌগোলিক পৰিস্থিতিয়ে কি দৰে ভূমিকা গ্ৰহণ কৰিছে?
  • 2 days ago
  • |
  • u255f5c61b2
অষ্ট্ৰিকসকলে ভাৰতীয় সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদান উল্লেখ কৰা।
  • 2 days ago
  • |
  • u255f5c61b2
সিন্ধু উপত্যকাত আৱিষ্কৃত হোৱা ধৰ্মীয় উদ্দেশ্যত ব্যৱহৃত হোৱা দুটা মূৰ্ত্তিৰ নাম লিখা?
  • 2 days ago
  • |
  • u255f5c61b2
খ্ৰীষ্টিয় যষ্ঠ শতিকাৰ পিছত ভাৰতলৈ অহা দুটা বিদেশী জাতিৰ নাম লিখা?
  • 2 days ago
  • |
  • u255f5c61b2
ৰচয়িতাসকলৰ নাম লিখা। 一 অর্থশাস্ত্র, হস্তিবিদ্যার্ণৱ, কীৰ্ত্তন, নামঘোষা, চোৰধৰা পিম্পৰা গুচোৱা, কালিয় দমন, ৰামবিজয়, কথাগীতা, ৰাজতৰঙ্গিনী, ভাৰত সম্ভেদ
  • 2 days ago
  • |
  • u255f5c61b2
উত্তৰ-পূর্বাঞ্চলৰ অষ্ট্ৰিক নৃ-গোষ্ঠীৰ অন্তৰ্ভুক্ত জনজাতিটো কি?
  • 2 days ago
  • |
  • u255f5c61b2
অসমৰ প্রথম বার্তালোচনীখনৰ নাম কি?
  • 2 days ago
  • |
  • u255f5c61b2
লোক সংগীতত আগবঢ়োৱা অৱদানৰ বাবে অসমৰ কোন শিল্পীক পদ্মশ্ৰী সন্মান প্রদান কৰা হৈছিল?
  • 2 days ago
  • |
  • u255f5c61b2
চাংৰুং ফুকন কি দায়িত্বত ন্যস্ত আছিল?
  • 2 days ago
  • |
  • u255f5c61b2
দ-পর্বতীয়াৰ শিলৰ তোৰণখন কেতিয়া নির্মিত হৈছিল?
  • 2 days ago
  • |
  • u255f5c61b2
আজানপীৰ কেতিয়া অসমলৈ আহিছিল?
  • 2 days ago
  • |
  • u255f5c61b2
আজানপীৰ কোন?
  • 2 days ago
  • |
  • u255f5c61b2
জিকিৰ আৰু জাৰি কোনে ৰচনা কৰিছিল?
  • 2 days ago
  • |
  • u255f5c61b2
অসমৰ গদ্য সাহিত্যৰ সূচনা কোনে কৰিছিল?
  • 2 days ago
  • |
  • u255f5c61b2