Kenekoi.com
New
Articles
Login
Add Book
Write Article
Cancel
পাঠ্যপুথিৰ প্ৰশ্নৰ উত্তৰ
GU BA 4th Sem Assamese
GU BA 3rd Semester Assamese
Gauhati University Assamese 2nd Semester
Class 10 Social Science
GU BA 1ST SEM ASSAMESE
Class 7 Assamese
Class 12 Assamese
Class 11 Assamese
Class 9 Assamese
Class 10 Assamese
প্ৰশ্নবোৰ
তলৰ প্ৰশ্নসমূহৰ উত্তৰ দি আন ছাত্ৰ-ছাত্ৰীসকলক সহায় কৰক 👇🏻
অৰ্থ ব্যৱহাৰৰ মূলমন্ত্ৰ কি?
2 weeks ago
|
uf9b861367c
কৃপণলোকৰ দুই ধৰ্ম কি কি?
2 weeks ago
|
uf9b861367c
পাঠটোত থকা অসমাপিকা ক্ৰিয়া শব্দ পাঁচোটা বাছি উলিয়াই লিখা।
2 weeks ago
|
u255f5c61b2
শব্দকেইটাত কি কি কাৰণত মূদ্ধন্য ণ আৰু মূদ্ধন্য ষ হৈছে বুজাই লিখাঃ- অৰুণ, কঙ্কণ, কৰ্ণ, শ্ৰোণী, ভাণ্ড, নিষেধি
2 weeks ago
|
u255f5c61b2
পুৰণি অসমীয়া শব্দবোৰৰ আধুনিক ৰূপ লিখাঃ- তাহাঙ্ক, নোজোৰে, খসি, ৰহিল, আসি, ভৈলা, আসান্ত, শিলায়ে, কাম্পে, মাৱক, বসি, প্ৰয়াসি, খেদন্ত
2 weeks ago
|
u255f5c61b2
শব্দবোৰৰ এটা বা দুটাকৈ সমাৰ্থক শব্দ লিখাঃ- কৰ্ণ, অৰুণ, দধি, বস্ত্ৰ, বদন, লৱণু, কোপ, দশন, দুগ্ধ, ঈশ্বৰ
2 weeks ago
|
u255f5c61b2
কৃষ্ণক ধৰিবলৈ গৈ যশোদাৰ কেনে অৱস্থা হৈছিল বুজাই লিখা।
2 weeks ago
|
u255f5c61b2
"মহাকোপে কোঠা পশিলন্ত সিঞ্চিৰাই লৱনু ভুজন্ত।।" - কোনে অতি খঙেৰে কোঠাত সোমাইছিল? তেওঁ কিয় লৱণুবোৰ চাৰিওফালে ছটিয়াই খাইছিল বুজাই লিখা।
2 weeks ago
|
u255f5c61b2
শিশুলীলা পাঠৰ আধাৰত শ্ৰীকৃষ্ণৰ নানা ধৰণৰ কাৰ্যৰ বিষয়ে নিজৰ ভাষাৰে বিৱৰি লিখা।
2 weeks ago
|
u255f5c61b2
ব্যাখ্য়া কৰাঃ (গ) পাচে পাচে যশোদা খেদন্ত। ভয়ে লাগ মাৱক নেদন্ত।।
2 weeks ago
|
u255f5c61b2
ব্যাখ্য়া কৰাঃ- (খ) ভাণ্ড ভাঙ্গি আবে যাইবি কোথা। খাইবো আজি কৃষ্ণ তোৰ মাথা।।
2 weeks ago
|
u255f5c61b2
ব্যাখ্য়া কৰাঃ- (ক) যাক যোগী নপাৱে ধ্যানত। হেন হৰি পলান্ত ভয়ত।।
2 weeks ago
|
u255f5c61b2
'নাহি আদি অন্ত পূৰ্বাপৰ। পূৰ্ণব্ৰহ্মা জগত ঈশ্বৰ ।।' ---- ইয়াত কবিয়ে শিশু কৃষ্ণৰ ঐশ্বৰিক গুণৰ প্ৰকাশ কেনেদৰে কৰিছে বুজাই লিখা।
2 weeks ago
|
u255f5c61b2
'তাহাঙ্ক তনয় মানি বলে। যশোদা বান্ধন্ত উডুখলে।' ----কথাষাৰৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা।
2 weeks ago
|
u255f5c61b2
'শিশুলীলা' পাঠটিৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা।
2 weeks ago
|
u255f5c61b2
শংকৰদেৱৰ মহত্ত্বম সৃষ্টি 'কীৰ্ত্তন-ঘোষা'ৰ বিষয়ে এটি চমুটোকা লিখা।
2 weeks ago
|
u255f5c61b2
'শিশুলীলা' পাঠটিত ফুটি উঠা শ্ৰীকৃষ্ণৰ মানৱীয় ৰূপৰ বিষয়ে নিজৰ ভাষাৰে লিখা।
2 weeks ago
|
u255f5c61b2
"ৰুণ ঝুণ কেয়ূৰ কঙ্কণ' ।" ----কাৰ কেয়ূৰ কঙ্কণৰ 'ৰুণঝুণ' শব্দৰ কথা ইয়াত কোৱা হৈছে?
2 weeks ago
|
u255f5c61b2
'নোজোড়ে আঙ্গুল দুই জৰী'----ইয়াত কাৰ জৰীৰ নাটনি হৈছে?
2 weeks ago
|
u255f5c61b2
'মথনিত ধৰিয়া নিষেধি'। ----'মথনি' শব্দৰ অৰ্থ কি?
2 weeks ago
|
u255f5c61b2
'কাম্পে কোপে অৰুণ অধৰ।' ----ইয়াত কাৰ অৰুণ অধৰৰ কথা কৈছে?
2 weeks ago
|
u255f5c61b2
'কৰ্ণত কুণ্ডল দোলে আতি।' ---কাৰ কাণৰ কুণ্ডলৰ কথা কৈছে?
2 weeks ago
|
u255f5c61b2
'কৃষ্ণগীত গাৱন্ত সুন্দৰী'।। --কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী কোন?
2 weeks ago
|
u255f5c61b2
বিক্রমশীলা বিশ্ববিদ্যালয়ৰ বিষয়ে চমুটোকা লিখা।
2 weeks ago
|
u255f5c61b2
আজিকালিৰ শিক্ষাৰ লগত প্রাচীন কালৰ ভাৰতৰ শিক্ষাৰ মূল পার্থক্যৰ কথা বহলাই আলোচনা কৰা।
2 weeks ago
|
u255f5c61b2
« First
Previous
48
49
50
51
52
Next
Last »