Kenekoi.com
New
Articles
Login
Add Book
Write Article
Cancel
পাঠ্যপুথিৰ প্ৰশ্নৰ উত্তৰ
GU BA 4th Sem Assamese
GU BA 3rd Semester Assamese
Gauhati University Assamese 2nd Semester
Class 10 Social Science
GU BA 1ST SEM ASSAMESE
Class 7 Assamese
Class 12 Assamese
Class 11 Assamese
Class 9 Assamese
Class 10 Assamese
প্ৰশ্নবোৰ
তলৰ প্ৰশ্নসমূহৰ উত্তৰ দি আন ছাত্ৰ-ছাত্ৰীসকলক সহায় কৰক 👇🏻
আৰ্য শিক্ষাৰ কলাবিদ্যা কিমানটি? প্রাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহত আৰ্য শিক্ষাৰ কলা-বিদ্যা কোন কোন বিভাগত দিয়াৰ ব্যৱস্থা আছিল?
2 weeks ago
|
u255f5c61b2
নালন্দা বিশ্ববিদ্যালয়ত কোনো খৰচ নোলোৱাকৈ কি কি বিষয়ত শিক্ষাদান কৰিছিল?
2 weeks ago
|
u255f5c61b2
প্রাচীন ভাৰতৰ চাৰিখন বিশ্ববিদ্যালয়ৰ নাম লিখা।
2 weeks ago
|
u255f5c61b2
নালন্দা বিশ্ববিদ্যালয়ৰ বিখ্যাত অধ্যক্ষগৰাকী কোন আছিল?
2 weeks ago
|
u255f5c61b2
মৌৰ্যবংশীয় ৰজা চন্দ্ৰগুপ্তৰ ব্ৰাহ্মণ মন্ত্ৰীজনৰ নাম কি আছিল?
2 weeks ago
|
u255f5c61b2
শ্রীধান্যকটক বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষক কোন আছিল?
2 weeks ago
|
u255f5c61b2
শব্দকেইটাৰ সন্ধি ভাঙাঃ শিক্ষাগাৰ, বিদ্যালয়, পুৰুষাৰ্থ।
2 weeks ago
|
u255f5c61b2
বাক্য ৰচনা কৰাঃ (ক) স্বাধীন চিন্তা (খ) জ্যোতিষশাস্ত্ৰ (গ) পোৰা মাটি (ঘ) বাহিৰে-ভিতৰে।
2 weeks ago
|
u255f5c61b2
'প্ৰাচীন ভাৰতীয় শিক্ষা' প্ৰবন্ধটোৰ পৰা তুমি কি কি মূল্যৱান কথা শিকিলা চমুকৈ লিখা।
2 weeks ago
|
u255f5c61b2
চমুটোকা লিখাঃ- তক্ষশীলা বিশ্ববিদ্যালয়, বিক্রমশীলা বিশ্ববিদ্যালয়, নালন্দা বিশ্ববিদ্যালয়।
2 weeks ago
|
u255f5c61b2
আজি কালিৰ শিক্ষাৰ লগত প্রাচীন কালৰ ভাৰতৰ শিক্ষাৰ মূল পার্থক্যৰ কথা বহলাই আলােচনা কৰা।
2 weeks ago
|
u255f5c61b2
আর্য শিক্ষাৰ কলাবিদ্যা কিমানটা? প্রাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহত আর্য শিক্ষাৰ কলা-বিদ্যা কোন কোন বিভাগত দিয়াৰ ব্যৱস্থা আছিল?
2 weeks ago
|
u255f5c61b2
প্রাচীন ভাৰতৰ বিশ্ববিদ্যালয় বিলাকৰ চমু পৰিচয় দিয়া।
2 weeks ago
|
u255f5c61b2
'প্রাচীন ভাৰতীয় শিক্ষা' পাঠটিৰ কথাখিনি চমুকৈ লিখা।
2 weeks ago
|
u255f5c61b2
কোনখন বিশ্ববিদ্যালয় কাৰ দিনত কোনবিলাক পণ্ডিতৰ মিলনক্ষেত্র আছিল?
2 weeks ago
|
u255f5c61b2
নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা কোনজন চীনা ছাত্রক কামৰূপ ৰাজ্যলৈ নিমন্ত্রণ কৰা হৈছিল? নিমন্ত্রণ কৰা ৰজাজন কোন?
2 weeks ago
|
u255f5c61b2
উদান্তপুৰী বিশ্ববিদ্যালয়ৰ কি সম্পদ কোনে, কেতিয়া ধ্বংস কৰিলে?
2 weeks ago
|
u255f5c61b2
নাগার্জুন কোন? ক'ত আছিল আৰু কি কৰিছিল?
2 weeks ago
|
u255f5c61b2
তক্ষশীলালৈ কোন কোন দেশৰ পৰা ছাত্র আহিছিল?
2 weeks ago
|
u255f5c61b2
তক্ষশীলা বিশ্ববিদ্যালয়ৰ চাৰিজন প্রখ্যাত ছাত্ৰৰ নাম লিখা।
2 weeks ago
|
u255f5c61b2
'বিষাদ যোগ' পাঠটো ক'ৰ পৰা লোৱা হৈছে?
2 weeks ago
|
u255f5c61b2
পাণ্ডৱসকলৰ পিতৃৰ নাম কি আাছিল?
2 weeks ago
|
u255f5c61b2
সুভদ্ৰাৰ পুত্ৰৰ নাম কি আছিল?
2 weeks ago
|
u255f5c61b2
ধৃষ্টদ্য়ুম্ন কাৰ পুত্ৰ আাছিল?
2 weeks ago
|
u255f5c61b2
ভট্টদেৱে তেওঁৰ পাণ্ডিত্যৰ বাবে কি কি উপাধি পাইছিল?
2 weeks ago
|
u255f5c61b2
« First
Previous
49
50
51
52
53
Next
Last »