Kenekoi.com
New
Articles
Login
Add Book
Write Article
Cancel
পাঠ্যপুথিৰ প্ৰশ্নৰ উত্তৰ
GU BA 4th Sem Assamese
GU BA 3rd Semester Assamese
Gauhati University Assamese 2nd Semester
Class 10 Social Science
GU BA 1ST SEM ASSAMESE
Class 7 Assamese
Class 12 Assamese
Class 11 Assamese
Class 9 Assamese
Class 10 Assamese
প্ৰশ্নবোৰ
তলৰ প্ৰশ্নসমূহৰ উত্তৰ দি আন ছাত্ৰ-ছাত্ৰীসকলক সহায় কৰক 👇🏻
মাকৰ কি কি গুণৰ কথা ক'বলৈ শিশু কৃষ্ণৰ লাজ লাগে বুলি কৈছিল? কথাখিনি তোমাৰ নিজৰ কথাৰে বহলাই লিখা।
2 weeks ago
|
u255f5c61b2
"মোহিনী স্বৰূপে অমৃত পিয়ালো সাধিলো দেৱৰ কাম।" 一 কোনে মোহিনী ৰূপ ধাৰণ কৰিছিল? তেওঁ কাক অমৃত খুৱাই দেৱতাৰ কাৰ্য সাধন কৰিছিল, খৰচি মাৰি লিখা।
2 weeks ago
|
u255f5c61b2
"তথাপি তোহোক দেখন্তে ডৰত উৰি যায় মোৰ জীউ।" 一 এইষাৰ কাৰ উক্তি? কাক দেখি, কিয় তেওঁৰ ভয়তে জীউ উৰি যায় বুজাই লিখা।
2 weeks ago
|
u255f5c61b2
কি ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক ছলনা কৰিছিল?
2 weeks ago
|
u255f5c61b2
কপিল মুনিৰ মাতৃ কোন আছিল?
2 weeks ago
|
u255f5c61b2
দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই কি ৰূপ ধাৰণ কৰিছিল?
2 weeks ago
|
u255f5c61b2
কৃষ্ণই কিমান দিন টোপনিৰ পৰা নুঠাকৈ আৰু নোখোৱাকৈ থাকিব বুলি মাকক জনাইছিল?
2 weeks ago
|
u255f5c61b2
কৃষ্ণক টোপনিৰ পৰা জগাবলৈ কোনে আহি যশোদাক কৈছিল?
2 weeks ago
|
u255f5c61b2
শব্দকেইটাত কি প্ৰত্য়য় প্ৰয়োগ হৈছে লিখাঃ- ইৰাণী, আবাসিক, বাণিজ্য়িক, শেহতীয়া, সোণালী, খৰচী।
2 weeks ago
|
u255f5c61b2
শব্দকেইটাত 'ষ' আৰু 'ণ' কিয় প্ৰয়োগ হৈছে লিখাঃ- সম্ভাষণ, অন্বেষণ, গৱেষণা, অৱতৰণ।
2 weeks ago
|
u255f5c61b2
শব্দকেইটাৰ প্ৰতীকী অৰ্থ কি :- চবজে, ছামানু, ছিব, জেনেজেভ, ছিৰ, ছমাক ছেৰকেহ।
2 weeks ago
|
u255f5c61b2
শব্দকেইটাৰ অৰ্থ লিখাঃ খেলে মামনুন, মিৰচি্ ছালাম।
2 weeks ago
|
u255f5c61b2
তলত দিয়া শব্দকেইটা কি ভাষাৰ লিখাঃ কেঁচি, দোৱাত, চিয়াঁহী, চিচা, কেন্দি।
2 weeks ago
|
u255f5c61b2
শ্বিৰীণ ইবাডি কোন? তেওঁৰ সংগ্ৰামৰ বিষয়ে পাঠ্য়পুথিৰ সহায়ত লিখা।
2 weeks ago
|
u255f5c61b2
বেহেষ্ট-ই-জাহাৰাৰ লগত টেহৰাণবাসীৰ সম্পৰ্কৰ বিষয়ে লিখা।
2 weeks ago
|
u255f5c61b2
ইৰাণীসকলৰ নৱবৰ্ষ উৎসৱৰ বিৱৰণ দিয়া।
2 weeks ago
|
u255f5c61b2
"স্লামবাৰ্জাৰ" কোম্পানীৰ কাৰ্যালয় ক'ত ক'ত আছে?
2 weeks ago
|
u255f5c61b2
টেহৰাণৰ প্ৰাকৃতিক অৱস্থা কেনেকুৱা লিখা।
2 weeks ago
|
u255f5c61b2
টেহৰাণৰ বিমান বন্দৰকেইটা কি কি আৰু কোন কোন স্থানত?
2 weeks ago
|
u255f5c61b2
ইৰাণৰ কেইখনমান ঠাইৰ নাম লিখা।
2 weeks ago
|
u255f5c61b2
জাগ্ৰছ পৰ্বতমালাৰ বিষয়ে তোমাৰ পাঠ্য়পুথিৰ সহায়ত লিখা।
2 weeks ago
|
u255f5c61b2
ইৰাণৰ ভূতত্বৰ বিষয়ে লিখা।
2 weeks ago
|
u255f5c61b2
ইৰাণৰ ইতিহাসৰ বিষয়ে চমুকৈ লিখা।
2 weeks ago
|
u255f5c61b2
বুশ্বেৰ চহৰৰ এটা বিৱৰণ দিয়া।
2 weeks ago
|
u255f5c61b2
তেলৰ বাবে চলোৱা খনন কাৰ্যত "মাডলগিং" আহিলাসমূহৰ ভূমিকা কি?
2 weeks ago
|
u255f5c61b2
« First
Previous
52
53
54
55
56
Next
Last »