Kenekoi.com
New
Articles
Login
Add Book
Write Article
Cancel
পাঠ্যপুথিৰ প্ৰশ্নৰ উত্তৰ
GU BA 4th Sem Assamese
GU BA 3rd Semester Assamese
Gauhati University Assamese 2nd Semester
Class 10 Social Science
GU BA 1ST SEM ASSAMESE
Class 7 Assamese
Class 12 Assamese
Class 11 Assamese
Class 9 Assamese
Class 10 Assamese
প্ৰশ্নবোৰ
তলৰ প্ৰশ্নসমূহৰ উত্তৰ দি আন ছাত্ৰ-ছাত্ৰীসকলক সহায় কৰক 👇🏻
লেখকে উল্লেখ কৰা মতে তেওঁলোকৰ ৰিগটো ক'ত অৱস্থিত?
2 weeks ago
|
u255f5c61b2
মূৰ্দ্ধণ্য় 'ণ' হোৱাৰ কাৰণ দৰ্শোৱাঃ অৰণ্য, অৰ্পণ, কণ্ঠ, ওৰণি, পোৰণি, আড়ম্বৰপূৰ্ণ।
2 weeks ago
|
u255f5c61b2
বাক্য় ৰচনা কৰাঃ ককাই-ভনী, টুলুং-ভুটুং, চিঞৰ-বাখৰ, মানুহ-দুনুহ, তিতি-বুৰি।
2 weeks ago
|
u255f5c61b2
কাজিৰঙালৈ যাত্ৰা কৰি শিক্ষাৰ্থীসকলে কি কি বিশেষ শিক্ষা লাভ কৰিলে বুলি শিক্ষক-শিক্ষয়িত্ৰী সকলক অৱগত কৰিছিল?
2 weeks ago
|
u255f5c61b2
নিগনা চিকাৰীৰ প্ৰকৃত নাম কি? তেওঁ কাক প্ৰথমে কাজিৰঙাৰ গড় দেখুৱাইছিল?
2 weeks ago
|
u255f5c61b2
মহীচন্দ্ৰ মিৰি কোন? কাজিৰঙাক বিশ্ব দৰবাৰত চিনাকি কৰাই দিবলৈ তেওঁ কেনে ভূমিকা লৈছিল?
2 weeks ago
|
u255f5c61b2
শিক্ষক-শিক্ষয়িত্ৰীসকলে অৰণ্য দৰ্শনৰ কাৰ্যসূচী কিয় বাতিল কৰিব খুজিছিল? ইয়াৰ পিছৰ পৰিস্থিতি কি হ'ল বহলাই লিখা।
2 weeks ago
|
u255f5c61b2
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পল-আফতাবহঁত কি বিপদত পৰিছিল? এই বিপদৰ পৰা সিহঁতক কোনে উদ্ধাৰ কৰিছিল?
2 weeks ago
|
u255f5c61b2
"কামত লৰা-ছোৱালী বুলি ভাগ নাই। যেনেকৈ কাম ভাগ কৰি দিছোঁ তেনেকৈ কৰা।" 一 কথাষাৰৰ বক্তা কোন? তেওঁ কিয় এই কথাষাৰ ক'ব লগা হৈছিল আঁতিগুৰি মাৰি লিখা।
2 weeks ago
|
u255f5c61b2
কাজিৰঙালৈ যাবলৈ ওলাওঁতে পাহি আৰু পলক মাক আৰু দেউতাকে কি উপদেশ দিছিল?
2 weeks ago
|
u255f5c61b2
প্ৰকৃতিৰ কোনবোৰ সুন্দৰ নিয়মে পাহিক আকৃষ্ট কৰে?
2 weeks ago
|
u255f5c61b2
ল'ৰা-ছোৱলীৰ কামৰ পাৰ্থক্য দেখি পাহিয়ে মাকক কি কৈছিল? মাকে ইয়াৰ প্ৰত্যুত্তৰত পাহিক কি বুজনি দিছিল?
2 weeks ago
|
u255f5c61b2
লৰ্ড কাৰ্জন কোন?
2 weeks ago
|
u255f5c61b2
পলে কোনবোৰ কাম ছোৱালীৰ বুলি পাহিক কৈছিল?
2 weeks ago
|
u255f5c61b2
পল আৰু পাহি কোন শ্ৰেণীত পঢ়ে?
2 weeks ago
|
u255f5c61b2
বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কোনখন অৰণ্যলৈ নিয়াৰ সিদ্ধান্ত লৈছিল?
2 weeks ago
|
u255f5c61b2
"আটাইৰে মুখবোৰ শুকাই টেমি যেন হৈছে।” - কাৰ, কি কাৰণত মুখবোৰ শুকাই টেমি যেন হৈছে?
2 weeks ago
|
u255f5c61b2
"একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্রজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে।” কথাষাৰৰ যুক্তিযুক্ততা অৰুণিমা সিন্হাৰ জীৱনৰ আধাৰত বুজাই লিখা।
2 weeks ago
|
u255f5c61b2
এভাৰেষ্টৰ বুকুত ভৰি থৈয়ে অৰুণিমাহঁতে কিয় নামি আহিবলৈ বাধ্য হৈছিল?
2 weeks ago
|
u255f5c61b2
ড° জয়শ্রী গোস্বামী মহন্তই ৰচনা কৰা শিশু-কিশোৰৰ উপযোগী দুখন গ্ৰন্থৰ নাম লিখা।
2 weeks ago
|
u255f5c61b2
অৰুণিমা সিন্হাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল?
2 weeks ago
|
u255f5c61b2
শব্দকেইটাৰ উপৰ্সগ ভাঙি দেখুওৱাঃ অনুৰাগ, অনুভৱ, অভিনয়, প্ৰতিফল।
2 weeks ago
|
u255f5c61b2
সন্ধি ভাঙাঃ সংশয়, পৰ্বতাৰোহণ, উৎসাহ, হিমালয়, প্ৰত্যাহ্বান, বিপদাপন্ন।
2 weeks ago
|
u255f5c61b2
চমুটোকা লিখা:- ষ্টিফেন হকিং
2 weeks ago
|
u255f5c61b2
চমুটোকা লিখা:- টেনজিং নৰগে
2 weeks ago
|
u255f5c61b2
« First
Previous
54
55
56
57
58
Next
Last »