Add Book Write Article
Cancel
প্ৰশ্নবোৰ
তলৰ প্ৰশ্নসমূহৰ উত্তৰ দি আন ছাত্ৰ-ছাত্ৰীসকলক সহায় কৰক 👇🏻
চৈয়দ আব্দুল মালিকক কি বুলি কোৱা হৈছিল?
  • 2 weeks ago
  • |
  • u255f5c61b2
চৈয়দ আব্দুল মালিকৰ ক'ত আৰু কেতিয়া জন্ম হৈছিল?
  • 2 weeks ago
  • |
  • u255f5c61b2
বিপৰীত শব্দ লিখাঃ- গৌৰৱ; আলােক; স্বাধীনতা; পৰাজিত; সপােন; মৰণ।
  • 2 weeks ago
  • |
  • u255f5c61b2
তলৰ শব্দবােৰৰ নিচিনা পাঁচোটা শব্দ সাজাঃ বাঘ-নখ, হাঁহ-কণী, ম'হ-শিং।
  • 2 weeks ago
  • |
  • u255f5c61b2
ব্যাসবাক্যসহ সমাসৰ নাম লিখাঃ- স্বর্ণপুৰী; মুক্তগীত; অনিৰুদ্ধ; নিষ্কর্মা।
  • 2 weeks ago
  • |
  • u255f5c61b2
"মই অসমীয়া" কবিতাটোত অসমৰ অতীত গৌৰৱৰ চানেকি কিদৰে ফুটি উঠিছে বুজাই লিখা।
  • 2 weeks ago
  • |
  • u255f5c61b2
"মই অসমীয়া" কবিতাটোৰ সাৰাংশ লিখা ।
  • 2 weeks ago
  • |
  • u255f5c61b2
কবিয়ে কিয় মৰাৰ পাছতাে পুনৰ অসমতে জনম ল'ম বুলি ভাবিছে বুজাই লিখা।
  • 2 weeks ago
  • |
  • u255f5c61b2
"মই অসমীয়া" কবিতাটোত কবিয়ে অসমীয়া জাতিৰ বীৰত্ব আৰু পৰাক্ৰমক কিয় প্রশংসা কৰিছে, তােমাৰ কথাৰে বুজাই লিখা ।
  • 2 weeks ago
  • |
  • u255f5c61b2
ব্যাখ্যা কৰাঃ- জীৱনে মৰণে মই চিৰদিন অসমীয়া অসমীয়া দেহ-প্রাণ মন; জীয়াই থাকোঁতে মই অসমৰে অসমীয়া, মৰিলেও বৰি ল'ম অসমৰ অমিয়া মৰণ।
  • 2 weeks ago
  • |
  • u255f5c61b2
ব্যাখ্যা কৰাঃ- মােহ গ'ল দূৰণিৰ বিদেশী মােগল অসমত যেতিয়া দেখিলে সৰগৰ ৰূপ বিনন্দীয়া , অসমত বন্দী হ’ল , অসমৰ ৰূপ-মুগ্ধ দূৰৰ মােগল আহি হ’ল অসমীয়া । ।
  • 2 weeks ago
  • |
  • u255f5c61b2
ব্যাখ্যা কৰাঃ- দুৱৰিৰ পাতে পাতে মুকুতাৰ থােপা গচকত ভাগে মৰকত, হাতীৰ দাঁতেৰে কৰে খৰমৰ চুলা , ভৰি ধোৱে পােৱালৰ ভৰা দলঙত।
  • 2 weeks ago
  • |
  • u255f5c61b2
ব্যাখ্যা কৰাঃ- মােগলে এবাৰ পালে শকতিৰ নৱ পৰিচয় দেশ-প্রাণ, মুক্ত-প্রাণ, অসমৰ স্বদেশ ভকতি।
  • 2 weeks ago
  • |
  • u255f5c61b2
অসমলৈ যুদ্ধ কৰিবলৈ আহি মােগলসকলে অসমৰ ৰূপ কিদৰে বৰ্ণনা কৰিছে বুজাই লিখা ।
  • 2 weeks ago
  • |
  • u255f5c61b2
কবি চৈয়দ আব্দুল মালিকৰ চমু পৰিচয় দিয়া ।
  • 2 weeks ago
  • |
  • u255f5c61b2
"মই অসমীয়া" কবিতাটোত অসমৰ প্ৰকৃতিৰ বিনন্দীয়া ৰূপ কিদৰে প্রতিফলিত হৈছে বুজাই লিখা।
  • 2 weeks ago
  • |
  • u255f5c61b2
"ক’ত অত বল পালে অসমৰ সেনানীয়ে শুকান সান্দহ আৰু পানী আঁজলিত। ” – কথাষাৰৰ তাৎপর্য ব্যাখ্যা কৰা।
  • 2 weeks ago
  • |
  • u255f5c61b2
অসমৰ পুৰুষ-নাৰীয়ে কেনেদৰে ৰণলৈ ওলাই আহিছিল নিজৰ ভাষাৰে লিখা ।
  • 2 weeks ago
  • |
  • u255f5c61b2
'অসমৰ হেংদাং জিলিকিল। দুপৰৰ পূর্ণ আলােকত’ — কথাখিনিৰ তাৎপর্য ব্যাখ্যা কৰা।
  • 2 weeks ago
  • |
  • u255f5c61b2
অসমৰ স্বৰ্গদেৱে কিহেৰে দেউল সাজিছিল ?
  • 2 weeks ago
  • |
  • u255f5c61b2
অসমীয়াসকলে কিহেৰে তৈয়াৰী পেঁপা বজাইছিল ?
  • 2 weeks ago
  • |
  • u255f5c61b2
অসমৰ হেংদাং ক’ত জিলিকিছিল ?
  • 2 weeks ago
  • |
  • u255f5c61b2
মােগলসকলে অসমৰ ক’ত ভৰি দিছিল ?
  • 2 weeks ago
  • |
  • u255f5c61b2
চৈয়দ আব্দুল মালিকৰ কবিতা-পুথি এখনৰ নাম লিখা ।
  • 2 weeks ago
  • |
  • u255f5c61b2
প্ৰশস্তিৰ অৰ্থ কি? কবিয়ে কবিতাটোত কিহৰ প্ৰশস্তি গাইছে?
  • 2 weeks ago
  • |
  • u255f5c61b2