Add Book Write Article
Cancel
প্ৰশ্নবোৰ
তলৰ প্ৰশ্নসমূহৰ উত্তৰ দি আন ছাত্ৰ-ছাত্ৰীসকলক সহায় কৰক 👇🏻
কবিয়ে ভক্তবৃন্দক মোহতন্দ্ৰনস ত্যাগ কৰি কিহৰ ৰূপ ধ্যান কৰিবলৈ কৈছে?
  • 2 weeks ago
  • |
  • u255f5c61b2
ৰঘুনাথ চৌধাৰীয়ে অসম সাহিত্য সভাৰ কোনখন অধিৱেশনত সভাপতিত্ব কৰিছিল?
  • 2 weeks ago
  • |
  • u255f5c61b2
ৰঘুনাথ চৌধাৰীয়ে প্ৰথমাৱস্থাত লিখা কবিতাসমূহ তেওঁৰ কোনখন কবিতা পুথিত সন্নবিষ্ঠ কৰা হৈছিল?
  • 2 weeks ago
  • |
  • u255f5c61b2
কবিয়ে কোনে ছন্দভৰা সুমধুৰ গান জোৰা বুলি কৈছে?
  • 2 weeks ago
  • |
  • u255f5c61b2
কবিয়ে কিহে পৃথিৱীৰ দশেদিশ উদ্ভাসিত কৰা বুলি কৈছে?
  • 2 weeks ago
  • |
  • u255f5c61b2
ৰঘুনাথ চৌধাৰীৰ মৃতু কেতিয়া হৈছিল?
  • 2 weeks ago
  • |
  • u255f5c61b2
ৰঘুনাথ চৌধাৰীৰ পিতৃ আৰু মাতৃৰ নাম কি আছিল?
  • 2 weeks ago
  • |
  • u255f5c61b2
ৰঘুনাথ চৌধাৰীৰ জন্ম ক'ত হৈছিল?
  • 2 weeks ago
  • |
  • u255f5c61b2
সমার্থক শব্দ লিখাঃ- তৰু , মুক্তি , সুমধুৰ , অভিযান , ধ্যানী ।
  • 2 weeks ago
  • |
  • u255f5c61b2
বাক্য ৰচনা কৰাঃ- দশােদিশ , উপেক্ষিত , জৰাজীর্ণ , অমৃত , মােহ ।
  • 2 weeks ago
  • |
  • u255f5c61b2
অর্থ লিখাঃ- কিশলয় , চিত্তহাৰী , অন্তৰীক্ষ , তন্দ্রালস ।
  • 2 weeks ago
  • |
  • u255f5c61b2
ব্যাখ্যা কৰাঃ

মােহন কীচক বেণু অনাহত ছন্দে

গায় মহামহিমৰ গান ,

মােহ তন্দ্রালস তেজি উঠা ভক্তবৃন্দ !

সুন্দৰৰ কৰা ৰূপধ্যান ।

  • 2 weeks ago
  • |
  • u255f5c61b2
ব্যাখ্যা কৰাঃ

কৰি দীৰ্ণ জৰাজীর্ণ পুঞ্জীভূত ক্লেদ | শেষ হ’ল মহা কালৰাত্রি , উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্র উঠা যত মুক্তি পথযাত্রী ।

  • 2 weeks ago
  • |
  • u255f5c61b2
ব্যাখ্যা কৰাঃ-

উঠে তৰু শিৰে শিৰে বন বিহঙ্গৰ । ছন্দভৰা সুমধুৰ তান , জল স্থল অন্তৰীক্ষ সকলােতে যেন | দেৱতাৰ মহা অভিযান ।

  • 2 weeks ago
  • |
  • u255f5c61b2
সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কবিয়ে ভক্তবৃন্দক কিয় আহ্বান জনাইছে বুজাই লিখা ।
  • 2 weeks ago
  • |
  • u255f5c61b2
উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্র , | উঠা যত মুক্তি পথযাত্রী । -- কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে বুজাই লিখা ।
  • 2 weeks ago
  • |
  • u255f5c61b2
প্রশস্তি কবিতাটোৰ মূলভাৱ লিখা ।
  • 2 weeks ago
  • |
  • u255f5c61b2
কবিতাটোত প্ৰকৃতিৰ সুধাৰ মাজত কিদৰে সুন্দৰৰ সাধনা লুকাই আছে বিৱৰি লিখা ।
  • 2 weeks ago
  • |
  • u255f5c61b2
কবিতাটোত কবিয়ে কিয় আৰু কাৰ প্রশস্তি কৰিছে ?
  • 2 weeks ago
  • |
  • u255f5c61b2
কবিতাটোত কবিয়ে প্রকৃতিৰ কি কি বস্তু টানি আনিছে লিখা ।
  • 2 weeks ago
  • |
  • u255f5c61b2
মহামহিমৰ গান কিহে গায় বুলি কবিয়ে কৈছে ?
  • 2 weeks ago
  • |
  • u255f5c61b2
জল , স্থল আৰু ক ' ত দেৱতাৰ মহা অভিযান চলিছে ?
  • 2 weeks ago
  • |
  • u255f5c61b2
মন্দিৰৰ উপেক্ষিত কি ফুলে প্রেম পৰিমল যচা বুলি কবিয়ে কৈছে ?
  • 2 weeks ago
  • |
  • u255f5c61b2
প্রকৃতিক কোনে সাদৰি আনিলে বুলি কবিয়ে কৈছে ?
  • 2 weeks ago
  • |
  • u255f5c61b2
ৰঘুনাথ চৌধাৰীৰ কবিতা-পুথি দুখনৰ নাম লিখা ।
  • 2 weeks ago
  • |
  • u255f5c61b2