আজান ফকীৰক এজন পীড় বা ধৰ্মগুৰু বুলি আখ্যা দিয়া হয়।
যিবোৰ শব্দত পৰম কৰুনাময় আল্লাহৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি তেওঁক উপাসনা কৰাৰ বিধানসমূহৰ লগতে ইছলাম ধৰ্মৰ মৌলিক নীতিসমূহো প্ৰকাশ কৰা হৈছে তাকে জিকিৰ বোলে।
আদি মানৱ, আল্লাৰ সৃষ্ট প্ৰথম মানৱ।
হিন্দুৰ ভক্তিমূলক প্ৰাৰ্থনা বা স্তুতিগীতৰ লগত তুলনা কৰিব পাৰি।
আতুৰ ভৈলোহো হৰি বিষয় বিকলে।
কৰিয়ো উদ্ধাৰ মোক চৰণ কমলে ॥