Add Book Write Article
Cancel
প্ৰশ্নবোৰ
তলৰ প্ৰশ্নসমূহৰ উত্তৰ দি আন ছাত্ৰ-ছাত্ৰীসকলক সহায় কৰক 👇🏻
হেম বৰুৱাৰ সাহিত্য-চৰ্চা সম্পৰ্কে পঁচিছটামান শব্দৰ ভিতৰত এটি পৰিচয় দিয়া।
  • 2 weeks ago
  • |
  • u255f5c61b2
সুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী বোলা হৈছে?
  • 2 weeks ago
  • |
  • u255f5c61b2
গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি কেনেকুৱা হ'ব লাগে বুলি মত প্ৰকাশ কৰিছে?
  • 2 weeks ago
  • |
  • u255f5c61b2
অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাববস্তু দুটা কি কি?
  • 2 weeks ago
  • |
  • u255f5c61b2
ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ কি?
  • 2 weeks ago
  • |
  • u255f5c61b2
শিৱ আৰু শক্তি পূজাৰ মূল ক'ত আৱিষ্কাৰ হৈছিল?
  • 2 weeks ago
  • |
  • u255f5c61b2
কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি?
  • 2 weeks ago
  • |
  • u255f5c61b2
সৰ্বপল্লী ৰাধাকৃষ্ণণে "কালিয়দমন"ক কি আখ্যা দিছে?
  • 2 weeks ago
  • |
  • u255f5c61b2
"ফ্ৰম ভলগা টু গংগা" কাৰ ৰচনা ?
  • 2 weeks ago
  • |
  • u255f5c61b2
ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি?
  • 2 weeks ago
  • |
  • u255f5c61b2
'এজন উদ্যোগী হ'বৰ বাবে শিক্ষাগত অর্হতা কেনেধৰণৰ হ'ব লাগিব'-বুলি শিক্ষকজনক কোনে সুধিলে?
  • 2 weeks ago
  • |
  • u255f5c61b2
ইনল্ফচিচ কোম্পানীৰ প্ৰতিষ্ঠাপক নাৰায়ণ মুৰ্ত্তীক এই কোম্পানীটো প্রতিষ্ঠা কৰাৰ ক্ষেত্ৰত কোনে কিদৰে আর্থিকভাৱে সহায় কৰিছিল?
  • 2 weeks ago
  • |
  • u255f5c61b2
এজন সফল উদ্যোগী হ'বৰ বাবে কি কি গুণ অপৰিহাৰ্য?
  • 2 weeks ago
  • |
  • u255f5c61b2
এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্র ব্যৱধান কি?
  • 2 weeks ago
  • |
  • u255f5c61b2
দশম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমোৱা শ্রেণী-শিক্ষক গৰাকীৰ নাম কি?
  • 2 weeks ago
  • |
  • u255f5c61b2
'উদ্যোগীসকলৰ বাবে সকলোতকৈ গুৰুত্বপূৰ্ণ আৰু সংঘাতৰ অধ্যায় হ'ল বিক্ৰী কৰা। বস্তু এটা বনোৱাটো। সহজ হলেও বজাৰত নতুন বস্তু এটা বিক্ৰী কৰা। সহজ নহয়।' কথাষাৰৰ বক্তা কোন?
  • 2 weeks ago
  • |
  • u255f5c61b2
উদ্যোগী হওঁ আহা' শীর্ষক পাঠটিৰ লেখক কোন?
  • 2 weeks ago
  • |
  • u255f5c61b2
লিংগ পৰিৱৰ্তন কৰাঃ শিক্ষক, ছাৰ, ছাত্র, পুৰুষ, বন্ধু।
  • 2 weeks ago
  • |
  • u255f5c61b2
ভাব সম্প্রসাৰণ কৰাঃ শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে।
  • 2 weeks ago
  • |
  • u255f5c61b2
ভাব সম্প্রসাৰণ কৰাঃ যি মূলা বাঢ়ে তাৰ দুপাততে চিন।
  • 2 weeks ago
  • |
  • u255f5c61b2
ভাব সম্প্রসাৰণ কৰাঃ উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ সমান।
  • 2 weeks ago
  • |
  • u255f5c61b2
"তুমি কথা-বতৰা পাতোঁতে সাৱধান হ'বা। মনে পঢ়া-শুনা কৰি আছে। গাড়ী দুখন অগা-পিছাকৈ গৈ আছে।" -- ওপৰৰ বাক্যকেইটাৰ দৰে তলত দিয়া যুৰীয়া শব্দবোৰেৰে বাক্য সাজাঃ

ল'ৰা-ছোৱালী, হাত-ভৰি, খুৱাই-বুৱাই, জীৱন-জীৱিকা, পা-পইচা।

  • 2 weeks ago
  • |
  • u255f5c61b2
বিপৰীতার্থক শব্দ লিখাঃ নতুন, ক্ষুদ্র, সফল, কর্মহীন, এলেহুৱা, সহজ, সপোন, সুবিধা, আৰম্ভ, জন্ম, সমান।
  • 2 weeks ago
  • |
  • u255f5c61b2
সমার্থক শব্দ লিখাঃ প্রভাত, কঠিন, এলেহুৱা, ডাঙৰ, চেষ্টা, লগৰীয়া, লক্ষ্য, নিৰৱচ্ছিন্ন, হাবিয়াস, সপোন।
  • 2 weeks ago
  • |
  • u255f5c61b2
চমুটোকা লিখাঃ টমাচ আলভা এডিচন, ৰাডাৰফৰ্ড, আলেকজেণ্ডাৰ গ্ৰাহামবেল, চেষ্টাৰ কাৰ্লচন, বিল গেট্চ, উইলিয়াম শ্বেইক্সপীয়েৰ, জুবিন গাৰ্গ, অংগৰাগ পাপন মহন্ত।
  • 2 weeks ago
  • |
  • u255f5c61b2