Kenekoi.com
New
Articles
Login
Add Book
Write Article
Cancel
পাঠ্যপুথিৰ প্ৰশ্নৰ উত্তৰ
GU BA 4th Sem Assamese
GU BA 3rd Semester Assamese
Gauhati University Assamese 2nd Semester
Class 10 Social Science
GU BA 1ST SEM ASSAMESE
Class 7 Assamese
Class 12 Assamese
Class 11 Assamese
Class 9 Assamese
Class 10 Assamese
প্ৰশ্নবোৰ
তলৰ প্ৰশ্নসমূহৰ উত্তৰ দি আন ছাত্ৰ-ছাত্ৰীসকলক সহায় কৰক 👇🏻
কোন গৰাকী মোগল সম্ৰাটৰ আমোলত চিত্ৰ শিল্পৰ নতুন ধাৰা পোন প্ৰথমে ভাৰতত প্ৰৱেশ কৰে?
2 weeks ago
|
u255f5c61b2
অজন্তাৰ ছবিবোৰে ভাৰতীয় সংস্কৃতিৰ কোন যুগৰ কথা সোঁৱৰাই দিয়ে?
2 weeks ago
|
u255f5c61b2
হিন্দুৰ শ্ৰাদ্ধ বিধি কোন যুগৰ অৱদান?
2 weeks ago
|
u255f5c61b2
সংস্কৃতি অৰ্থ কি?
2 weeks ago
|
u255f5c61b2
ভাৰতীয় সংস্কৃতিৰ মূল আদৰ্শ কি?
2 weeks ago
|
u255f5c61b2
ইংৰাজ ৰোমাণ্টিক কবি কীট্ছৰ সম্পূৰ্ণ নাম কি?
2 weeks ago
|
u255f5c61b2
"ভাৰতীয় সংস্কৃতি" পাঠটোৰ লিখক কোন?
2 weeks ago
|
u255f5c61b2
হেম বৰুৱাদেৱৰ কেতিয়া মৃত্যু হৈছিল?
2 weeks ago
|
u255f5c61b2
হেম বৰুৱাদেৱৰ এখন উল্লেখযোগ্য গ্ৰন্থৰ নাম লিখা।
2 weeks ago
|
u255f5c61b2
হেম বৰুৱাদেৱ অসম সাহিত্য সভাৰ কোনখন অধিৱেশনৰ সভাপতি আছিল?
2 weeks ago
|
u255f5c61b2
হেম বৰুৱাদেৱৰ কেতিয়া আৰু ক'ত জন্ম হৈছিল?
2 weeks ago
|
u255f5c61b2
বিশেষ্য বা বিশেষণলৈ নিয়াঃ বৈচিত্ৰ্য, ভৌগোলিক , বিস্তৃতি, নৈৰাশ্য, বিপ্লৱ।
2 weeks ago
|
u255f5c61b2
সন্ধি ভাঙাঃ সংস্কৃতি, সমন্বয়, সম্বন্ধ, ভাৰাক্ৰান্ত, সন্মত।
2 weeks ago
|
u255f5c61b2
ব্যাখ্যা কৰা:- (গ) সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায়।
2 weeks ago
|
u255f5c61b2
ব্যাখ্যা কৰা:- (খ) ভাৰতৰ বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান-পতন, ভঙা-গঢ়াৰ সবিশেষ বুৰঞ্জী।
2 weeks ago
|
u255f5c61b2
ব্যাখ্যা কৰা:- (ক) সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ।
2 weeks ago
|
u255f5c61b2
প্ৰাক্-মুছলিম যুগ আৰু মুছলিম যুগৰ ভাৰতীয় ভাস্কৰ্য আৰু শিল্পকলাৰ বিষয়ে এটি টোকা যুগুত কৰা।
2 weeks ago
|
u255f5c61b2
ভাৰতীয় সংস্কৃতিত ইছলামৰ অৰিহণাৰ এটি টোকা যুগুত কৰা।
2 weeks ago
|
u255f5c61b2
উত্তৰ ভাৰতৰ সংগীতে কি নতুন বস্তু আমাৰ চকুত পেলায় বুলিছে?
2 weeks ago
|
u255f5c61b2
মোগল সম্ৰাট বাবৰৰ আমোলত ভাৰতত প্ৰৱেশ কৰা চিত্ৰকলাৰ নতুন ধাৰাটি কেনে আছিল লিখা।
2 weeks ago
|
u255f5c61b2
অজন্তাৰ গুহাৰ শিল্পকলাৰ এটি বিৱৰণ দিয়া।
2 weeks ago
|
u255f5c61b2
উত্তৰ ভাৰতীয় ভাস্কৰ্যৰ বিষয়ে তোমাৰ পাঠ্য়পুথিৰ সহায়ত লিখা।
2 weeks ago
|
u255f5c61b2
"সভ্যতা আৰু সংস্কৃতি" শব্দ দুটাৰ মাজৰ পাৰ্থক্য বিচাৰ কৰা।
2 weeks ago
|
u255f5c61b2
"ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু"। 一এই কথাষাৰ কিমানদূৰ যুক্তিপূৰ্ণ, "ভাৰতীয় সংস্কৃতি" পাঠটোৰ আধাৰত বিচাৰ কৰা।
2 weeks ago
|
u255f5c61b2
"ভাৰতীয় সংস্কৃতি" পাঠটোৰ সাৰাংশ লিখা।
2 weeks ago
|
u255f5c61b2
« First
Previous
58
59
60
61
62
Next
Last »