Kenekoi.com
New
Articles
Login
Add Book
Write Article
Cancel
পাঠ্যপুথিৰ প্ৰশ্নৰ উত্তৰ
GU BA 4th Sem Assamese
GU BA 3rd Semester Assamese
Gauhati University Assamese 2nd Semester
Class 10 Social Science
GU BA 1ST SEM ASSAMESE
Class 7 Assamese
Class 12 Assamese
Class 11 Assamese
Class 9 Assamese
Class 10 Assamese
প্ৰশ্নবোৰ
তলৰ প্ৰশ্নসমূহৰ উত্তৰ দি আন ছাত্ৰ-ছাত্ৰীসকলক সহায় কৰক 👇🏻
"লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল।" 一 কিহৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিছিল? এই ৰূপান্তৰ কিদৰে ঘটিছিল বুজাই লিখা।
2 weeks ago
|
u255f5c61b2
"এটা সংমিশ্ৰিত一সংস্কৃতিসম্পন্ন জাতি, ইয়াক নুই কৰাৰ কোনো যুক্তি-তৰ্কৰ অৱকাশ নাই।" 一 ইয়াত লিখকে কাক আৰু কি সংস্কৃতিসম্পন্ন জাতি বুলি কৈছে। "নুই কৰাৰ কোনো যুক্তি তৰ্কৰ অৱকাশ নাই" বোলা কথাষাৰৰ সত্যাসত্যতা বিচাৰ কৰা।
2 weeks ago
|
u255f5c61b2
"বিশেষ এটা ঔদ্যোগিক আবেষ্টনীৰ মাজত বসবাস কৰিবলৈ লোৱা কাৰণেও থলুৱা সংস্কৃতিৰ পৰা আঁতৰিও পৰিল।" 一 ইয়াত কি ঔদ্যোগিক আবেষ্টনীৰ কথা উল্লেখ কৰিছে আৰু কোনে, কিহৰ বাবে আঁতৰি পৰাৰ কথা কৈছে 一 পাঠৰ আলমত বিচাৰ কৰা।
2 weeks ago
|
u255f5c61b2
"অসমৰ বৈচিত্ৰ্যপূৰ্ণ জনগোষ্ঠীৰ গাঁথনিতে অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য ৰক্ষা পৰিছে।" 一 কথাষাৰৰ গুৰুত্ব বাখ্যা কৰি অসমৰ জনগোষ্ঠীৰ বৈচিত্ৰ্যৰ কথা বৰ্ণনা কৰা।
2 weeks ago
|
u255f5c61b2
অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি?
2 weeks ago
|
u255f5c61b2
পাঠটিত থকা খাদ্য-বস্তুৰ এখন তালিকা প্ৰস্তুত কৰা।
2 weeks ago
|
u255f5c61b2
চাহ-উদ্যোগৰ কৰ্মীসকল কোন? তেওঁলোক ক'ৰ ক'ৰ পৰা অসমলৈ আহিছিল?
2 weeks ago
|
u255f5c61b2
কিমান চনৰ পৰা কিমান চনলৈ অসমৰ বিদ্যালয়ত বঙলা ভাষা চলিছিল?
2 weeks ago
|
u255f5c61b2
অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে কোনসকলক বুজায়?
2 weeks ago
|
u255f5c61b2
অসমৰ মংগোলীয় গোষ্ঠীৰ লোক কোনবিলাক?
2 weeks ago
|
u255f5c61b2
সকলোকে বান্ধি থোৱা এনাজৰীডাল কি আছিল?
2 weeks ago
|
u255f5c61b2
কিহে অসমীয়া জাতিক অধিক কট্কটীয়া কৰিলে?
2 weeks ago
|
u255f5c61b2
প্ৰাচীন কালৰে পৰা অসম দেশ কিহৰ বাবে প্ৰসিদ্ধ আছিল?
2 weeks ago
|
u255f5c61b2
ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠী কোনটো?
2 weeks ago
|
u255f5c61b2
পণ্ডিত ৰাহুল সংস্কৃত্যায়নে কোনখন গ্ৰন্থৰ বাবে "সাহিত্য একাডেমী বঁটা" লাভ কৰিছিল?
2 weeks ago
|
u255f5c61b2
আৰ্টত কি কি বিপৰীত পন্থাই প্ৰকাশ লাভ কৰে? অথবা - “সাধাৰণতে সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায়।" ইয়াত উল্লেখ কৰা বিপৰীত পন্থা দুটাৰ বিষয়ে লিখা।
2 weeks ago
|
u255f5c61b2
ভাৰতীয় ভৌগোলিক জীৱন কেনেদৰে বিচিত্ৰময় ৰূপত প্ৰকাশ পাইছে?
2 weeks ago
|
u255f5c61b2
সভ্যতা কি?
2 weeks ago
|
u255f5c61b2
কীৰ্তন পুথিখনৰ লেখকজনৰ নাম কি?
2 weeks ago
|
u255f5c61b2
নামঘোষা কোনে ৰচনা কৰিছিল?
2 weeks ago
|
u255f5c61b2
উত্তৰ ভাৰতৰ ভাস্কৰ্যত কি ৰেখাৰ প্ৰাদুৰ্ভাৱ সৰহ?
2 weeks ago
|
u255f5c61b2
কামাখ্যা দেৱী আগতে কোন গোষ্ঠীৰ দেৱী আছিল?
2 weeks ago
|
u255f5c61b2
শিৱ আৰ্য নে অনাৰ্য দেৱতা?
2 weeks ago
|
u255f5c61b2
ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি?
2 weeks ago
|
u255f5c61b2
"ফ্ৰম ভল্গা টু গংগা" নামৰ কিতাপখনৰ লেখক কোন?
2 weeks ago
|
u255f5c61b2
« First
Previous
57
58
59
60
61
Next
Last »