Add Book Write Article
Cancel
প্ৰশ্নবোৰ
তলৰ প্ৰশ্নসমূহৰ উত্তৰ দি আন ছাত্ৰ-ছাত্ৰীসকলক সহায় কৰক 👇🏻
"ইন্টাৰনেটৰ তিত-মিঠা" গল্পটোৰ নামকৰণ সাৰ্থকতা বিচাৰ কৰা।
  • 2 weeks ago
  • |
  • u255f5c61b2
"ইন্টাৰনেটৰো মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে" 一 কথাষাৰৰ বক্তা কোন? ইন্টাৰনেটৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে পাঠটোৰ আধাৰত বুজাই লিখা।
  • 2 weeks ago
  • |
  • u255f5c61b2
ভাইৰাছে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুতি ঘটাব পাৰে?
  • 2 weeks ago
  • |
  • u255f5c61b2
ইন্টাৰনেটৰ সহায়ত কুঁৱলীয়ে কি কি নতুন অভিজ্ঞতা আহৰণ কৰিলে?
  • 2 weeks ago
  • |
  • u255f5c61b2
কুঁৱলীয়ে ই-মেইলৰ জৰিয়তে বান্ধৱীসকলৰ পৰা কি কি কথা জানিব পাৰিলে?
  • 2 weeks ago
  • |
  • u255f5c61b2
WWW বা ৱেব কি?
  • 2 weeks ago
  • |
  • u255f5c61b2
ভাইৰাছ কি?
  • 2 weeks ago
  • |
  • u255f5c61b2
পূজাৰ বন্ধত কুঁৱলীহঁতে ক'লৈ যোৱাৰ সিদ্ধান্ত লৈছিল?
  • 2 weeks ago
  • |
  • u255f5c61b2
কুঁৱলীয়ে প্ৰথমে কালৈ ই-মেইল কৰিছিল?
  • 2 weeks ago
  • |
  • u255f5c61b2
ইন্টাৰনেট কি?
  • 2 weeks ago
  • |
  • u255f5c61b2
দেউতাকে কুঁৱলীক কিয় কম্পিউটাৰ উপহাৰ দিছিল?
  • 2 weeks ago
  • |
  • u255f5c61b2
জাহ যোৱাৰ এটা প্ৰধান উপায় কি?
  • 2 weeks ago
  • |
  • u255f5c61b2
বঙ্গদেশৰ পৰা কি কি খাদ্যসম্ভাৰ অসমত প্ৰৱেশ কৰে?
  • 2 weeks ago
  • |
  • u255f5c61b2
অসমত স্বাধীনতা সূৰ্য কেতিয়া অস্ত গ'ল?
  • 2 weeks ago
  • |
  • u255f5c61b2
মুছলমানসকল অসমলৈ কেতিয়া আহিছিল?
  • 2 weeks ago
  • |
  • u255f5c61b2
অসমলৈ অহা প্ৰথম বহিৰাগত গোষ্ঠী কোন?
  • 2 weeks ago
  • |
  • u255f5c61b2
অসমত আদিৰে পৰা প্ৰচলিত ধৰ্ম দুটা কি কি?
  • 2 weeks ago
  • |
  • u255f5c61b2
পূব পাকিস্তান বৰ্তমান কি নামেৰে জনাজাত?
  • 2 weeks ago
  • |
  • u255f5c61b2
অতীতত অসমৰ আন এটা নাম কি আছিল?
  • 2 weeks ago
  • |
  • u255f5c61b2
বাক্য ৰচনা কৰাঃ ভাষা-সংস্কৃতি, পূজা-পাৰ্বণ, বেপাৰ-বাণিজ্য, সহজ-সৰল, দিয়া-লোৱা, এৰা-ধৰা।
  • 2 weeks ago
  • |
  • u255f5c61b2
'প্ৰ' উপসৰ্গ লগ লগাই তিনিটা শব্দ গঠন কৰা।
  • 2 weeks ago
  • |
  • u255f5c61b2
সন্ধি ভাঙাঃ সংস্কৃতি, জলাঞ্জলি, স্বাধীন।
  • 2 weeks ago
  • |
  • u255f5c61b2
তাৎপৰ্য ব্য়াখ্য়া কৰাঃ (গ) এইয়া আছিল দিয়া-লোৱা আৰু এৰা-ধৰাৰ ব্যৱস্থা।
  • 2 weeks ago
  • |
  • u255f5c61b2
তাৎপৰ্য ব্য়াখ্য়া কৰাঃ (খ) এই গোটেইবোৰ হ'ল স্বতঃপ্ৰণোদিতভাৱে হোৱা প্ৰক্ৰিয়া।
  • 2 weeks ago
  • |
  • u255f5c61b2
তাৎপৰ্য ব্য়াখ্য়া কৰাঃ (ক) দেখা যায় সকলোকে বান্ধি থোৱা এনাজৰীডাল আছিল অসমীয়া ভাষা।
  • 2 weeks ago
  • |
  • u255f5c61b2