Kenekoi.com
New
Articles
Login
Add Book
Write Article
Cancel
পাঠ্যপুথিৰ প্ৰশ্নৰ উত্তৰ
GU BA 4th Sem Assamese
GU BA 3rd Semester Assamese
Gauhati University Assamese 2nd Semester
Class 10 Social Science
GU BA 1ST SEM ASSAMESE
Class 7 Assamese
Class 12 Assamese
Class 11 Assamese
Class 9 Assamese
Class 10 Assamese
প্ৰশ্নবোৰ
তলৰ প্ৰশ্নসমূহৰ উত্তৰ দি আন ছাত্ৰ-ছাত্ৰীসকলক সহায় কৰক 👇🏻
চমুটোকা লিখা: - বাচেন্দ্ৰি পাল
2 weeks ago
|
u255f5c61b2
ক্ৰিকেট খেলুৱৈ যুৱৰাজ সিঙে অৰুণিমাক কেনেদৰে অনুপ্ৰাণিত কৰিছিল?
2 weeks ago
|
u255f5c61b2
"একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে।" 一কথাষাৰৰ যুক্তিযুক্ততা অৰুণিমা সিন্হাৰ জীৱনৰ আধাৰত বুজাই লিখা।
2 weeks ago
|
u255f5c61b2
অৰুণিমা সিন্হাৰ এভাৰেষ্ট অভিযানৰ বৰ্ণনা দিয়া।
2 weeks ago
|
u255f5c61b2
অৰুণিমা সিন্হাই কিয় লাডাখত থকা মাউণ্ট চামছেৰ কাংৰিৰ অভিযান সম্পূৰ্ণ কৰিব নোৱাৰিলে?
2 weeks ago
|
u255f5c61b2
এভাৰেষ্ট বিজয়ৰ সপোন দিঠকত পৰিণত কৰিবলৈ অৰুণিমাই কেনেদৰে অনুশীলন কৰিছিল?
2 weeks ago
|
u255f5c61b2
অৰুণিমাৰ সপোন পূৰণ কৰাৰ ক্ষেত্ৰত বাচেন্দ্ৰি পালে কেনেদৰে সহায় কৰিছিল?
2 weeks ago
|
u255f5c61b2
অৰুণিমা সিন্হাই ৰে'লযাত্ৰাৰ সময়ত কি দুৰ্ঘটনাৰ মুখামুখি হ'বলগীয়া হৈছিল?এই দুৰ্ঘটনাত অৰুণিমাই কি হেৰুৱাবলগীয়া হৈছিল?
2 weeks ago
|
u255f5c61b2
মাউণ্ট এভাৰেষ্টত অৰুণিমাই কেতিয়া আৰোহণ কৰিছিল? তেওঁ তাত কিমান সময় ধৰি আছিল?
2 weeks ago
|
u255f5c61b2
চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই কাক আৰু কিয় লগ ধৰিছিল?
2 weeks ago
|
u255f5c61b2
হস্পিতালত থাকোঁতে অৰুণিমাৰ মনত কি সপোনে তীব্ৰ ৰূপ লৈছিল?
2 weeks ago
|
u255f5c61b2
অৰুণিমা সিন্হাৰ ঘৰ ক'ত আছিল?
2 weeks ago
|
u255f5c61b2
অৰুণিমা সিন্হাৰ কোন বিধ খেলত বিশেষ দক্ষতা আছিল?
2 weeks ago
|
u255f5c61b2
শ্বাবানা বাইদেউৰ পৰা উপদেশ পাই কুঁৱলীয়ে কালৈ ই-মেইল কৰিলে?
2 weeks ago
|
u255f5c61b2
ইন্টাৰনেটত পোৱা উৰাবাতৰি সম্পৰ্কে কুঁৱলীহঁতক কোনে বুজাই দিছিল?
2 weeks ago
|
u255f5c61b2
কিহৰ সমষ্টিয়ে ইন্টাৰনেট হৈছে?
2 weeks ago
|
u255f5c61b2
কুঁৱলী কি ব্যৱহাৰ কৰিবলৈ উদগ্ৰীৱ হৈ পৰিছিল?
2 weeks ago
|
u255f5c61b2
কুঁৱলীৰ বান্ধৱী শ্বেৰণে ক'লৈ পঢ়িবলৈ গৈছিল?
2 weeks ago
|
u255f5c61b2
ভাইৰাছ (Virus) ৰ সম্পূৰ্ণ ৰূপটো কি?
2 weeks ago
|
u255f5c61b2
ইন্টাৰনেট (Internet) ক চমুকৈ কি বুলি কোৱা হয়?
2 weeks ago
|
u255f5c61b2
ড॰ প্ৰণয়ী দত্তই কি বিষয়ত গৱেষণা কৰি পি. এইছ. ডি. ডিগ্ৰী লাভ কৰিছিল?
2 weeks ago
|
u255f5c61b2
"ইন্টাৰনেটৰ তিতা-মিঠা" পাঠটোৰ ৰচক কোন?
2 weeks ago
|
u255f5c61b2
অৰ্থ লিখা (অভিধান চাই) :- ক্ষতি, বিজুতি, গুণা-গঁথা, উদাস, পুঞ্জীভূত।
2 weeks ago
|
u255f5c61b2
বাক্য ৰচনা কৰাঃ চিনাকি-অচিনাকি, অলীক-সপোন, নাকে-মুখে, পৰীক্ষা-নিৰীক্ষা।
2 weeks ago
|
u255f5c61b2
ইন্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ-ছাত্ৰীৰ জীৱনত কেনে প্ৰভাৱ পেলাব পাৰে পাঠটোৰ আধাৰত বুজাই লিখা।
2 weeks ago
|
u255f5c61b2
« First
Previous
55
56
57
58
59
Next
Last »